ETV Bharat / state

বেংবাৰীৰ হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰত ৰাইজে লগালে তলা - বেংবাৰীৰ হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰত ৰাইজে লগালে তলা

ওদালগুৰি জিলাৰ বেংবাৰীস্থিত হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত তলা লগাই ৰাইজৰ প্ৰতিবাদ ৷ কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষক মেহৰুন মছলেমৰ বিৰুদ্ধে অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাইজে বৃহস্পতিবাৰে এইদৰে তলা লগাই দিয়ে ৷

হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰ বেংবাৰীত ৰাইজৰ তলা
author img

By

Published : Nov 8, 2019, 5:34 AM IST

Updated : Nov 8, 2019, 8:18 AM IST

ওদালগুৰি, 7 নৱেম্বৰঃ ওদালগুৰি জিলাৰ বেংবাৰীত চৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰত তলা লগাই ৰাইজৰ প্ৰতিবাদ ৷ বেংবাৰীত থকা অসম চৰকাৰৰ অধীনষ্ঠ হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এইদৰে ৰাইজে তলা ওলোমাই দিয়ে ৷

হস্ততাঁত ও বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰ বেংবাৰীত ৰাইজৰ তলা

লগতে পঢ়কঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পোহনীয়া হাতীয়ে নষ্ট কৰিলে কৃষিভূমি

ঘটনা অনুসৰি, বৃহস্পতিবাৰে অৱসৰগ্ৰহণ কৰিবলগীয়া মুখ্য প্ৰশিক্ষকগৰাকীয়ে নিজৰ অৱসৰৰ পূৰ্বে প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিভিন্ন সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ প্ৰশিক্ষণ কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে চৰকাৰে এটা নতুন ভৱন আবন্টন দিছিল ৷ তাৰ পিচতেই কেন্দ্ৰটোৰ মুখ্য প্ৰশিক্ষক মেহৰুন মছলেমে পুৰণি কেন্দ্ৰটো ভাঙি দি তাৰ সকলো সামগ্ৰী লৈ যায় ৷ প্ৰথম অৱস্থাত স্থানীয় ৰাইজে এয়া চৰকাৰী নিৰ্দেশনা বুলি ভাবিছিল যদিও কোনোধৰণৰ চৰকাৰী নিৰ্দেশনা অবিহনেই এইদৰে নিয়ম বৰ্হিভূতভাৱে কেন্দ্ৰটো ভাঙি দি তাৰ সকলো সামগ্ৰী নিজ গৃহলৈ লৈ যায় মুখ্য প্ৰশিক্ষক মেহৰুন মছলেমে ৷

ইয়াৰ প্ৰতিবাদতে বৃহস্পতিবাৰে ৰাইজে কেন্দ্ৰটোত তলা ওলোমাই দিয়ে ৷ আনহাতে স্থানীয় ৰাইজৰ প্ৰতিবাদ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷

Intro:ওদালগুৰি জিলাৰ বেংবাৰীত থকা হস্ত তাঁত ও বস্ত্ৰ শিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ বিভিন্ন সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ।
মেহৰুন মছলেম নামৰ কেন্দ্ৰটোৰ প্ৰশিক্ষক গৰাকীয়ে সামগ্ৰী সমূহ আত্মসাৎ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।
আজি ইয়াৰ প্ৰতিবাদত বেংবাৰী হস্ত তাঁত ও বস্ত্ৰ শিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰৱেশ দোৱাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোক সকলে।Body:ওদালগুৰি জিলাৰ বেংবাৰীত থকা হস্ত তাঁত ও বস্ত্ৰ শিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ বিভিন্ন সামগ্ৰী মেহৰুন মছলেম নামৰ কেন্দ্ৰটোৰ প্ৰশিক্ষক গৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। আজি ইয়াৰ প্ৰতিবাদত বেংবাৰী হস্ত তাঁত ও বস্ত্ৰ শিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰৱেশ দোৱাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোক সকলে।
প্ৰাপ্ত তথ্য অনুসৰি প্ৰশিক্ষণ কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে নতুন এটা ভৱন আৱন্টন দিছিল চৰকাৰে। সেই অনুসৰি কেন্দ্ৰটিৰ পুৰণি ভৱনটো ভাঙি সেই স্থানত নতুন ভৱন নিৰ্মানৰ আচনি লোৱা হৈছিল যদিও পূৰ্বৰ ভৱনটোত থকা টিং, ইটা, লোহা আদিকে ধৰি বিভিন্ন সামগ্ৰী বিভাগ তথা পৰিচালনা সমিতিৰ অজ্ঞাতে প্ৰশিক্ষক গৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ৰাইজে। এই সন্দৰ্ভত ওদালগুৰি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে স্থানীয় লোক সকলে। আনহাতে অভিযুক্ত প্ৰশিক্ষক গৰাকীয়ে আজি অৱসৰ গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰটোৰ দায়িত্ব আন এগৰাকী বিষয়াক অৰ্পণ কৰাৰ কথা আছিল যদিও স্থানীয় ৰাইজৰ প্ৰতিবাদ দেখি অভিযুক্ত প্ৰশিক্ষক গৰাকী পলায়ন কৰিবলৈ বাধ্য হয়।Conclusion:
Last Updated : Nov 8, 2019, 8:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.