ETV Bharat / state

বিৰোধীৰ চৰ্চাত হিমন্তৰ জিংগালালা নৃত্য

সম্প্ৰতি সমগ্ৰ ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যই । সমান্তৰালকৈ বিৰোধীৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নৃত্যই ৷ বিৰোধীৰ চৰ্চাতো কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যৰ প্ৰসঙ্গ ৷

author img

By

Published : Apr 8, 2019, 5:53 PM IST

বিৰোধীৰ চৰ্চাত হিমন্তৰ জিংগালালা নৃত্য

ওদালগুৰি,8 এপ্ৰিল: "হিমন্ত বিশ্বই জিংগালালা নৃত্য কৰে ৷ এই নৃত্যৰ কৰিঅ'গ্ৰাফাৰো খোদ হিমন্তই ৷" ওদালগুৰিত ভূৱনেশ্বৰ কলিতাৰ ৰ'ড শ্ব'ত অংশ গ্ৰহণ কৰি এই মন্তব্য দূৰ্গা দাস বড়োৰ ৷ ইমানেই নহয়, এইবাৰ অগপ-বি পি এফেও কংগ্ৰেছক ভোট দিব দিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দূৰ্গা দাস বড়োই ৷

সম্প্ৰতি সমগ্ৰ ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যই । সমান্তৰালকৈ বিৰোধীৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নৃত্যই ৷ বিৰোধীৰ চৰ্চাতো কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ সেয়েহে সংবাদমাধ্যমৰ আগত হিমন্তৰ নৃত্যক জিংগালালা নৃত্য বুলি আখ্যা দি এই নৃত্যৰ কৰিঅ'গ্ৰাফাৰ খোদ হিমন্ত বিশ্ব শৰ্মা বুলি মন্তব্য কৰে দূৰ্গা দাস বড়োই ৷ আনহাতে দূৰ্গা দাস বড়োই মিত্ৰদলৰ বিশেষকৈ অগপ আৰু বি পি এফৰ বহু সদস্যই কংগ্ৰেছকেই ভোট দিব বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তদুপৰি সাংবাদিকৰ প্ৰশ্নত ভূৱনেশ্বৰ কলিতাই নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰি সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ।

বিৰোধীৰ চৰ্চাত হিমন্তৰ জিংগালালা নৃত্য

আজি ওদালগুৰি চহৰত জিলা কংগ্ৰেছৰ উদ্যোগত ভূৱনেশ্বৰ কলিতাক লৈ এক ৰ'ড শ্ব' অংশ গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দূৰ্গা দাস বড়োই ৷ ৰ'ড শ্ব'ত মুখপাত্ৰগৰাকীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই সংগ দিয়ে ভুৱনেশ্বৰ কলিতাক ।

Intro:হিমন্ত বিশ্বৰ নৃত্যৰ জিংগালালা নৃত্য নামাকৰণ দূৰ্গা দাস বড়োৰ। এই নৃত্য জিংগালালা।
জিংগা লালা নৃত্যৰ কৰিয়গ্ৰাফাৰ হিমন্ত নিজেই বুলি মন্তব্য দুৰ্গা দাস বড়োৰ।
ভূবনেশ্বৰ কলিতাৰ ওদালগুৰিত ৰ'ড শ্ব'ত প্ৰাৰ্থী জনৰ লগত অংশ গ্ৰহণ কৰিব আহিছিল দূৰ্গা দাস বড়ো। AGP BPF ৰ কৰ্মীয়েও কংগ্ৰেছক ভোট দিব - বুলি মন্তব্য দূৰ্গা দাস বড়োৰ।Body:হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত কৰা নৃত্যই বিশেষ চৰ্চা লাভ কৰিছে ৰাজ্যত। এইবাৰ প্ৰদেশ কংগ্ৰেছৰ মূখপাত্ৰ দূৰ্গা দাস বড়োই হিমন্তৰ নৃত্যক আখ্যা দিলে জিংগালালা নৃত্য বুলি। লগতে এই নৃত্যৰ হিমন্ত নিজেই কৰিয়গ্ৰাফাৰ বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মূখপাত্ৰ জনে। আজি ওদালগুৰি চহৰত জিলা কংগ্ৰেছৰ উদ্যোগত ভূবনেশ্বৰ কলিতাক লৈ এক ৰড শ্ব' কৰে।খোলা জীপত উঠি মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূবনেশ্বৰ কলিতাই অংশগ্ৰহণ কৰে।লগত দূৰ্গা দাস বড়োকে ধৰি কেবাগৰাকীও কংগ্ৰেছ নেতাই সংগ দিয়ে ভুৱনেশ্বৰ কলিতাক।সাংবাদিকে হোৱা সাক্ষাতত কলিতাই নিজৰ বিজয় নিশ্চিত বুলি কৈ নৰেন্দ্ৰ মোদীক সমালোচনা কৰে ।আমহাতে দূৰ্গা দাস বড়োই মিত্ৰ দলৰ বিশেষকৈ অগপ আৰু বিপিএৰ বহু সদস্যই কংগ্ৰেছকেই ভোট দিব বুলি কোৱাল লগতে কংগ্ৰেছৰ সৈতে যোগাযোগ হৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
BYTE - Bhubaneswar Kalita
BYTE Durbadas BoroConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.