ETV Bharat / state

বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্তক কালিচৰণ ব্ৰহ্ম বঁটা - সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্ত

মঙলবাৰে ওদালগুৰিত কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰিব সৰ্বানন্দ সোণোৱালে । বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ,সত্ৰীয়া সংস্কৃতিৰ সাধক হৰে কৃষ্ণ মহন্তক প্ৰদান কৰিব এই বঁটা ।

বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্তক কালিচৰণ ব্ৰহ্ম বঁটা
author img

By

Published : Jul 1, 2019, 2:54 PM IST

ওদালগুৰি,1 জুলাইঃ মঙলবাৰে ওদালগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব ৰাজ্য চৰকাৰে প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা কালিচৰণ ব্ৰহ্ম বঁটা ৷ বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ,সত্ৰীয়া সংস্কৃতিৰ সাধক হৰে কৃষ্ণ মহন্তক প্ৰদান কৰা হ'ব এই বঁটা ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ওদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব লগা এই বঁটা প্ৰদান অনুষ্ঠানক লৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। মঙলবাৰে দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী,সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম,পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি।

বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্তক কালিচৰণ ব্ৰহ্ম বঁটা

উল্লেখ্য যে,২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক হৰেকৃষ্ণ মহন্তই ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ভিতৰুৱা অঞ্চলটোৰ বড়ো, ৰাভা,কোছ-ৰাজবংশী,আদিবাসী আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি জীৱন কালত এতিয়ালৈ প্ৰতিষ্ঠা কৰিছে ২৯ খনকৈ সত্ৰ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ নিজৰ কৰ্মৰাজিৰে জনজাতি অধ্যুষিত অঞ্চলটোত বিলাই দিয়া সত্ৰাধিকাৰ গৰাকীক ৰাজ্য চৰকাৰে কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰাৰ বাবে আনন্দিত হৈ পৰিছে জিলাবাসী।

আৰু পঢ়কঃ অতি শীঘ্ৰে ঘোষণা হ'ব ৰাজ্যৰ নতুন চলচ্চিত্ৰ নীতি

Intro:মঙলবাৰে ওদালগুৰিত কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰিব সৰ্বানন্দ সোণোৱালে। বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ , সত্ৰীয়া সংস্কৃতিৰ সাধক হৰে কৃষ্ণ মহন্তক প্ৰদান কৰিব এই বঁটা। অনুষ্ঠানকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনেBody:ৰাজ্য চৰকাৰে প্ৰথমবাৰলৈ প্ৰৱৰ্তন কৰা কালিচৰণ ব্ৰহ্ম বঁটা মঙলবাৰে ওদালগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক হৰে কৃষ্ণ মহন্তক প্ৰদান কৰিব। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ওদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব লগা এই বঁটা প্ৰদান অনুষ্ঠানকলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। মঙলবাৰে দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই বটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে , বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি। উল্লেখ যে ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক হৰেকৃষ্ণ মহন্তই ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ভিতৰুৱা অঞ্চলটোৰ বড়ো,ৰাভা,কোছ-ৰাজবংশী, আদিবাসী আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত জীৱন কালত এতিয়ালৈ প্ৰতিষ্ঠা কৰিছে ২৯ খনকৈ সত্ৰ। প্ৰায় ১৩ বিঘা ভূমিত থকা বৰঙাজুলি সত্ৰখনৰ পৰিচৰ্চা জনজাতীয় লোক সকলে কৰাৰ লগতে মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰতো কোনো বাধা নাই। মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ নিজৰ কৰ্মৰাজীৰে জনজাতি অধ্যষুিত অঞ্চলটোত বিলাই দিয়া স্বনামধন্য সত্ৰাধিকাৰ জনক ৰাজ্য চৰকাৰে কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰাৰ বাবে আনন্দিত হৈ পৰিছে জিলাবাসী। সত্ৰাধিকাৰ জনৰ পৰৱৰ্তী বৰ্ষত শংকৰদেৱ বঁটা প্ৰদাৰ কৰাৰো দাবী জনাইছে ওদালগুৰি বাসীয়ে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.