ETV Bharat / state

ওদালগুৰিত সাংবাদিকক মাক্স আৰু ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

ওদালগুৰিৰ সাহিত্য সভা ভৱনত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী উপস্থিত হৈ সংকট কালত সেৱা আগবঢ়োৱা বাবে তথা সাংবাদিক সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিকসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।

mask and sanitizer distributed to journalists by Minister rihon daimary
ওদালগুৰিত সাংবাদিকক মাক্স আৰু ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ
author img

By

Published : May 17, 2020, 3:22 PM IST

ওদালগুৰি,17মে'ঃ কৰ'ণা ভাইৰাছৰ আতংকৰ মাজত নিজৰ জীৱনৰ প্ৰতি নামি অহা শংকাকো নেওচি জনসাধাৰণৰ স্বাৰ্থত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আছিছে সাংবাদিক সকলে। তাৰেই পৰিপ্ৰেক্ষিতত আজি ওদালগুৰিৰ সাহিত্য সভা ভৱনত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী উপস্থিত হৈ সংকট কালত সেৱা আগবঢ়োৱা বাবে তথা সাংবাদিক সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিকসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে এনে ভয়াৱহ পৰিস্থিতিৰ মাজতো ভিতৰুৱা অঞ্চল সমূহত গৈ বাতৰি সংগ্ৰহ কৰি ৰাইজক অৱগত কৰা বুলি নিজৰ মন্তব্যত উল্লেখ কৰি সকলো সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সু- স্বাস্থ্য কামনা কৰে।ইপিনে,সাংবাদিকসকলক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণৰ এই কাৰ্যসূচীত মন্ত্ৰী ৰিহণ দৈমাৰীৰ সৈতে উপস্থিত থাকে মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োও ৷

ওদালগুৰিত সাংবাদিকক মাক্স আৰু ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী ৰিহণ দৈমাৰীৰ

লগতে পঢ়কঃকৃষি অৰ্থনীতি সৱল কৰাৰ সম্ভাৱনাৰে পুষ্ট অসমঃ মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.