নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়াত ৰাইজৰ দলৰ সমাবেশ । পুনৰ কংগ্ৰেছক সকীয়ালে অখিল গগৈয়ে । | Read More
Assam Live News: অসম Fri Nov 08 2024 শেহতীয়া আপডেট
Published : Nov 8, 2024, 8:30 AM IST
|Updated : Nov 8, 2024, 9:57 PM IST
চামগুৰিত বিজেপি-কংগ্ৰেছৰ তুমুল যুদ্ধ হ'ব: অখিল গগৈ
সভাপতি হ'বলৈ এজন প্ৰকৃত সাহিত্যিক হ'ব লাগে: ড৹ নগেন শইকীয়া
অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ বিৰ্তকৰ অন্ত নাই । এইবাৰ অ-সাহ্য়িত্য়িকৰ সাহিত্য সভাৰ মজিয়া দখলৰ অভিযান । | Read More
শিৱসাগৰৰ সাধাৰণ সভাত বাছনি হ'ব আছুৰ স্থায়ী সাধাৰণ সম্পাদক
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । | Read More
গ্ৰাহকৰ একাউণ্টৰ কোটি টকা সৰকালে প'ষ্টমাষ্টৰে
মোবাইল বন্ধ কৰি পলাতক প'ষ্টমাষ্টৰ ৷ শাখা ডাকঘৰৰ সন্মুখত ক্ষুব্ধ গ্ৰাহকৰ ৰুদ্ৰৰূপ । | Read More
উপ-নিৰ্বাচনত সাংঘাতিক ৰিগিং হ'ব পাৰে ! আগতীয়াকৈ আশংকা কৰি নিৰ্বাচন আয়োগক জনাই দিলে কংগ্ৰেছে
আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । | Read More
ভৰলুমুখত ৭৪ জোপা গছ কটাৰ বিৰূদ্ধে সৰৱ ৰাইজ, গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ
'ছেভ ট্ৰিজ, ছেভ ভৰলু', 'গছতকৈ মোমাই ডাঙৰ নহয়' প্লে'কাৰ্ড লৈ প্ৰতিবাদ । কাটিবলৈ নিদিয়ে গছ । | Read More
বিদেশৰ বজাৰ দখল কৰিবলৈ সাজু নলবাৰীৰ ৰঙালাও
শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ ৰঙালাওৰ ৰপ্তানি আৰম্ভ । ২৫-৩০ লাখ টকা উপাৰ্জনৰ আশা কৃষকৰ । | Read More
৮৯১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা ৭ বছৰে ফাইলতে আৱদ্ধ
কাৰ্যকৰী নহ'ল বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ খননৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন দিয়া হৈছিল । | Read More
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল আচাৰ্য
দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ । | Read More
এবছৰত তিনিবাৰকৈ সলনি হ'ল পৌৰপতি: উপ-পৌৰপতিক বিজেপিৰ পৰা নিলম্বন
ভঙা-পতাৰ ৰাজনীতি । তিনিচুকীয়া পৌৰসভাৰ পূৰ্বৰ পৌৰপতিৰ বিৰুদ্ধে ১০ গৰাকী ৱাৰ্ড কমিছনাৰৰ অনাস্থা । | Read More
দাৱনীৰ ৰূপত অতুল বৰা, ল'লে ৰবাব টেঙাৰ জুতি
চিনামৰা জাতীয় বিদ্যালয়ৰ খেতিপথাৰত শিক্ষাৰ্থীৰ সৈতে ধান কাটিলে কৃষি মন্ত্ৰী অতুল বৰাই । | Read More
মৃত সন্তানক সুস্থ কৰিবলৈ ৩০ কিলোমিটাৰ দূৰলৈকে চোঁচৰাই নিলে শুৰেৰে
মমতাময়ী মাতৃ । সন্তানৰ মৃত্য়ুৰ পিছতো সুস্থ হোৱাৰ কামনাৰে শুৰেৰে চোঁচৰাই নিলে মাতৃয়ে । | Read More
গ্ৰামাঞ্চলত চিকিৎসকৰ অভাৱ: বিজ্ঞাপনযোগে বৃহৎ অ'ফাৰ স্বাস্থ্য বিভাগৰ
ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ চিকিৎসালয়ত চিকিৎসক নিযুক্তিৰ বাবে চৰকাৰৰ আকৰ্ষণীয় বিজ্ঞাপন । ৮০ হাজাৰ টকা পৰ্যন্ত দিব উদগনিমূলক ভাট্টা । | Read More
এনেকুৱা চৰকাৰী বিদ্যালয় হ’লে আপোনাৰো মন যাব শিশুটিক নাম লগাই দিবলৈ
চাৰিওফালে সেউজীয়া পৰিৱেশে আৱৰা এখন বিদ্যালয় ৷ কি নাই বিদ্যালয়খনত ! আহকচোন আমিও যাওঁ প্ৰত্যেক বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড পোৱা বিদ্যালয়খনলৈ... | Read More
চামগুৰিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী দামামা; একালৰ বন্ধু ৰকিবুল হুছেইন বহিল প্ৰতিবাদত
বাজিছে ৰণডংকা, সকলো নামিছে উপ-নিৰ্বাচনী যুঁজত ৷ একেদিনাই এফালে মুখ্যমন্ত্ৰীয়ে বজাইছে ৰণডংকা, আনফালে মুখ্যমন্ত্ৰীৰ একালৰ বন্ধু বহিছে প্ৰতিবাদ ৷ | Read More
অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল নকৰে ড৹ অনিল শইকীয়াই
এগৰাকী নমস্য ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হ'ব বুলি আশাবাদী ড৹ অনিল শইকীয়া ৷ কিন্তু মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ পাছতো দাখিল নকৰে তেওঁ ৷ | Read More
যি হ’ল হৈ গ’ল...এনে ভুল দুনাই নকৰোঁ বুলি কাণত ধৰি শপত খালে এজন ব্যক্তিয়ে
যি ভুল কৰিলে সেয়া আগলৈ আৰু কেতিয়াও নকৰে তেওঁ ৷ এবাৰ ভুল কৰি বাৰুকৈয়ে পস্তাবলগীয়া হৈছে ৷ কি ভুল নকৰাৰ শপত ল’লে এইজন লোকে ? | Read More
ৰাসলৈ বেছি দিন নাই; মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল
সমাগত ৰাস মহোৎসৱ ৷ ৰাসৰ আখৰাত ব্যস্ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জীয়াৰী-বোৱাৰী ৷ ৰাসৰ বাবে মূৰ তুলিবলৈ আহৰি নাই মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকলৰো ৷ | Read More
DUত আৰম্ভ কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম; WFC-এ শিক্ষাৰ্থীলৈ আগবঢ়াইছে ১০০০ মাৰ্কিন ডলাৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা কোৰিয়ান ভাষাৰ পাঠ্যক্ৰমক লৈ আগ্ৰহ বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ ৷ দক্ষিণ কোৰিয়াৰ World Fragrant corporation-এ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে বিশেষ জলপানী ৷ | Read More
ভালে ভালেই উভতি আহিল গৌতম; মুক্তিলাভৰ বাবে পৰেশ বৰুৱাক জনালে ধন্যবাদ
অৱশেষত ঘৰলৈ আহিল গৌতম ৷ প্ৰায় ১৫ দিন কোনো খবৰেই নাছিল অপহৃত ল’ৰাটোৰ ৷ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে নিজৰ অনুভৱ... | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More