ETV Bharat / state

ৰৌতাত জমিয়ত উলামা-ই-হিন্দ আনফৰ গোটৰ সভা

author img

By

Published : Apr 26, 2019, 12:51 AM IST

মৌলানা শ্বৰিফুল ইছলামক সভাপতি আৰু মৌলানা নুৰুজ জামানক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰা হয় । উক্ত সাধাৰণ সভাত মৌলানা নৌসাদ আলী, মৌলানা গিয়াছ উদ্দিন, মৌলানা বিল্লাল হুছেইনৰ লগতে স্থানীয় বহুকেইজন সংখ্যালঘূ নেতাই অংশ গ্ৰহণ কৰে ৷

ৰৌতাত জমিয়ত উলামা-ই-হিন্দ আনফৰ গোটৰ সভা

ৰৌতা, 25 এপ্ৰিল: মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়তৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সংগঠনটোৰ ৰৌতাত এখন সভা অনুষ্ঠিত হয় ৷ আমিনপাৰা জামিয়া আৰবীয়া ইছলামিয়া মাদ্ৰাছত অনুষ্ঠিত এই সভাত বজাত ওদালগুৰি জিলা জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আবু মুছাই সভাপতিত্ব কৰে।

লগতে পঢ়ক: কলিয়াবৰত বীজ কেলেংকাৰী

উক্ত সভাত মৌলানা শ্বৰিফুল ইছলামক সভাপতি আৰু মৌলানা নুৰুজ জামানক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰা হয় । উক্ত সাধাৰণ সভাত মৌলানা নৌসাদ আলী, মৌলানা গিয়াছ উদ্দিন, মৌলানা বিল্লাল হুছেইনৰ লগতে স্থানীয় বহুকেইজন সংখ্যালঘূ নেতাই অংশ গ্ৰহণ কৰে ৷

Intro:ৰৌতাত জমিয়ত উলামা-ই-হিন্দ আনফৰ গোটৰ সভা।Body:
মৌলানা মুস্তাক আনফৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়তৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে সংগঠনটোৰ ৰৌতাত এখন সভা অনুষ্ঠিত হয় ।আমিনপাৰা জামিয়া আৰবীয়া ইছলামিয়া মাদ্ৰাছত অনুষ্ঠিত এই সভাত বজাত ওদালগুৰি জিলা জমিয়ত উলামা-ই-হিন্দৰ সভাপতি মৌলানা আবু মুছাই সভাপতিত্ব কৰে। উক্ত সভাত মৌলানা শ্বৰিফুল ইছলামক সভাপতি আৰু মৌলানা নুৰুজ জামানক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া ৰৌতা আঞ্চলিক সমিতিখন গঠন কৰা হয় । উক্ত সাধাৰণ সভাত মৌলানা নৌসাদ আলী, মৌলানা গিয়াছ উদ্দিন, মৌলানা বিল্লাল হুছেইনৰ লগতে স্থানীয় বহুকেইজন সংখ্যালঘূ নেতাই অংশ গ্ৰহণ কৰেConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.