ETV Bharat / state

মাজবাটত গাঞ্জাসহ আটক দুজন লোক

author img

By

Published : Oct 21, 2019, 4:39 PM IST

সোমবাৰে পুৱা ৭ বজাত বাহিপুখুৰীৰ ১২ নম্বৰ লাইনত AS-01DP-3630 নম্বৰৰ এখন বগা বলেৰ' বাহনত গাঞ্জা আনি থকা খবৰ লাভ কৰে আৰু তালাচী চলাই ৫০কেজি গাঞ্জাসহ লোক কেইজনক আটক কৰিবলৈ সক্ষম হয়।

মাজবাটত গাঞ্জাসহ আটক দুজন লোক

ওদালগুৰি, 21 অক্টোবৰঃ মাজবাট আৰক্ষীৰ বৃহৎ সফলতা ৷ সোমবাৰে মাজবাটৰ বাহিপুখুৰীৰ পৰা ৫০ কেজি গাঞ্জাসহ আটক কৰিলে দুজন লোকক। মাজবাট আৰক্ষীয়ে চলোৱা এক অভিযানত AS-01DP-3630 নম্বৰৰ এখন বগা বলেৰ' বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জাখিনি। এই ঘটনাত খৈৰাবাৰীৰ পুতুল ৰাভা আৰু ওদালগুৰিৰ প্ৰাণজিৎ ৰাভা নামৰ দুজন লোককো আটক কৰে আৰক্ষীয়ে।

গাঞ্জাসহ আটক হোৱা পুতুল ৰাভা আৰু প্ৰাণজিৎ ৰাভা
HUGE GANJA RECOVER AT UDALGURI MAZBAT ASSAM NEWS
এখন বগা বলেৰ' বাহনৰ পৰা উদ্ধাৰ হয় ৫০কেজি গাঞ্জা

জানিব পৰা অনুসৰি মাজবাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত সোমবাৰে পুৱা ৭ বজাত বাহিপুখুৰীৰ ১২ নম্বৰ লাইনত AS-01DP-3630 নম্বৰৰ এখন বগা বলেৰ' বাহনত গাঞ্জা আনি থকা খবৰ লাভ কৰে আৰু তালাচী চলাই ৫০কেজি গাঞ্জাসহ লোক কেইজনক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান দুয়োজন লোককে মাজবাট থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
মাজবাটত গাঞ্জাসহ আটক দুজন

লগতে চাওকঃ বিহপুৰীয়াত নকল টকাৰ বেহা:গাঁওৰক্ষী বাহিনীৰ জালত ৫ জনীয়া দল

Intro:মাজবাট আৰক্ষীৰ বৃহৎ সফলতা

মাজবাটৰ বাহিপুখুৰীৰ পৰা ৫০ কেজি গাঞ্জা সহ আটক কৰিলে দুজনক।

এছ ০১ডিপি ৩৬৩০ নম্বৰৰ এখন বগা বলেৰো বাহনত তালাচী চলাওতে জব্দ হৈ গাঞ্জা খিনি।

খৈৰাবাৰীৰ পুতুল ৰাভা আৰু ওদালগুৰিৰ প্ৰাণজিৎ ৰাভা নামৰ দুজন লোককো আটক কৰে আৰক্ষীয়ে ।

বৰ্তমান দুয়োজনকে মাজবাট থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।Body:
ওদালগুৰি জিলাৰ মাজবাটত আৰক্ষীয়ে সফল অভিযান চলাই গাঞ্জা সহ দুজন লোকক কৰায়ক্ত কৰিবলৈ সক্ষম হয়। মাজবাট আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আজি পুৱা ৭ বজাত বাহিপুখুৰীৰ ১২ নম্বৰ লাইনত এ‌ এছ ০১ডিপি ৩৬৩০ নম্বৰৰ এখন বগা বলেৰো বাহনত তালাচী চলাওতে ৫০কেজি গাঞ্জাসহ লোককেইজনকক আটক কৰিব সক্ষম হয়। আৰক্ষীৰ জালত পৰা লোক দুজন হল খৈৰাবাৰীৰ পুতুল ৰাভা(২৪) আৰু ওদালগুৰিৰ প্ৰাণজিৎ ৰাভা(৩০)। বৰ্তমান দুয়োজনকে মাজবাট থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Byte - OC mazbatConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.