ETV Bharat / state

পুনৰ বনৰীয়া হাতীয়ে ভাঙিলে ঘৰ

author img

By

Published : Jun 9, 2019, 7:09 PM IST

ওদালগুৰিৰ হৰিশিঙা থানাৰ অন্তৰ্গত 1নং বৰঙাবাৰী গাঁৱত যোৱানিশা বনৰীয়া হাতীয়ে ধ্বংস কৰে দুটাকৈ বাসগৃহ ৷ গাঁওখনৰ প্ৰতিমা কুমাৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই কাণ্ড ৷

ওদালগুৰিত বনৰীয়া হাতীয়ে পুনৰ ভাঙিলে ঘৰ

ওদালগুৰি, 9 জুনঃ ওদালগুৰি জিলাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতীৰ আক্ৰমণত কেবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহুটো বাসগৃহৰ ক্ষতিসাধন হয় ৷ শনিবাৰে নিশাও জিলাখনত বন্যহস্তীয়ে তাণ্ডৱ চলায় ভাঙি পেলায় দুটাকৈ বাসগৃহ ৷

অধিক পঢ়কঃ পুনৰ ডিটেনচন কেম্প বিতৰ্কঃ কেম্পত মৃত্যু ধিঙৰ সুৰুজ আলী

হৰিশিঙা থানাৰ অন্তৰ্গত ১ নং বৰঙাবাৰীত সংঘটিত হয় এই কাণ্ড ৷ গাঁৱখনৰ প্ৰতিমা কুমাৰ নামৰ লোকজনৰ চৌহদত প্ৰৱেশ কৰি ভাঙি পেলায় দুটাকৈ বাসগৃহ ৷ আনহাতে বন্য়হস্তীৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ ৷

পুনৰ বনৰীয়া হাতীয়ে ভাঙিলে ঘৰ

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, গাঁৱখনৰ পৰা ওচৰতে আছে বন বিভাগৰ কাৰ্যালয় ৷ কিন্তু হাতী-মানুহৰ সংঘাট ৰোধ কৰিবলৈ আজিলৈকে বন বিভাগে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ সেয়েহে বন বিভাগৰ কাৰ্যালয়টো সেই স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে ভুক্তভোগী গাঁওবাসীয়ে ৷

Intro:ওদালগুৰিত বনৰীয়া হাতীয়ে পুনৰ ভাঙিলে ঘৰBody:ওদালগুৰিত বনৰীয়া হাতীয়ে পুনৰ ভাঙিলে ঘৰ

ওদালগুৰি জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। জিলা খনৰ ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে ভাঙি পেলাইছে কেইবাটাও বাস গৃহ।শনি বাৰে নিশাও দুটাকৈ বনৰীয়া হাতীয়ে জিলা খনৰ হৰিশিঙা থানাৰ অন্তৰ্গত ১ নং বৰঙাবাৰীৰ পতিমা কুমাৰ নামৰ লোক জনৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি পাক ঘৰৰ লগতে থকা ঘৰত ভাঙি পেলাই। অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা কথমতি প্ৰাণ ৰক্ষা কৰিব সক্ষম হয় পৰিয়ালটো। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোকক। স্থানীয় লোকৰ অভিযোগ বন বিভাগে কোনো ব্যৱস্থাই নলই হাতীৰ আক্ৰমণৰ পৰা মানুহক ৰক্ষা কৰিবলৈ। ফলত এতিয়া উজাগৰে নিশা কটাব লগা হৈছে অঞ্চলটোৰ ৰাইজে।

Byte- local peopleConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.