ETV Bharat / state

এয়াৰ ষ্ট্ৰাইকৰ সন্দৰ্ভত বাবা ৰামদেৱৰ প্ৰতিক্ৰিয়া

বায়ু সেনাক প্ৰশংসা কৰাৰ লগতে পাকিস্তানক তীব্র সমালোচনা

author img

By

Published : Feb 27, 2019, 7:42 PM IST

ওদালগুৰি, ২৭ ফেব্ৰুৱাৰীঃ পাকিস্তানত ভাৰতীয় সেনাই কৰা এয়াৰ ষ্ট্ৰাইকৰ বাবে চৰকাৰ আৰু সেনাৰ প্ৰশংসাতপঞ্চমুখ হৈ পৰিছে বাবা ৰামদেৱ।

এয়াৰ ষ্ট্ৰাইকৰ সন্দৰ্ভত বাবা ৰামদেৱৰ প্ৰতিক্ৰিয়া
পুলৱামাত সংঘটিত সন্ত্ৰাসবাদৰ বৰ্বৰতাৰ উচিত প্ৰত্য়ুত্তৰ দিয়াৰ বাবে ভাৰতীয়া বায়ু সেনাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছে ৰামদেৱে।ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত এককাৰ্যসূচীত উপস্থিত থাকি বাবা ৰামদেৱে এয়াৰ ষ্ট্ৰাইকৰ বাবে চৰকাৰ আৰু বায়ু সেনাক প্ৰশংসা কৰাৰ লগতে পাকিস্তানক দৰিদ্ৰ আৰু দেউলীয়া দেশ বুলি অভিহিত কৰে।

Intro: ভাৰতীয় বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইকৰ সন্দৰ্ভত বাবা ৰামদেৱৰ প্ৰতিক্ৰিয়া। চৰকাৰ- সেনাক প্ৰশংসা ৰামদেৱৰ

Body:পাকিস্তানত ভাৰতীয় সেনাই কৰা এয়াৰ ষ্ট্ৰাইকত পঞ্চমুখ হৈ পৰিছে বাবা ৰামদেৱৰ। আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত এটা কাৰ্যসূচীত উপস্থিত থাকি বাবা ৰামদেৱে এয়াৰ ষ্ট্ৰাইকৰ বাবে চৰকাৰ আৰু বায়ু সেনাক প্ৰশংসা কৰাৰ লগতে পাকিস্তানক তীব্র সমালোচনা কৰে

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.