হোজাই, 27 জুলাই : পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ পৰা শনিবাৰে দুজন কাৰাবন্দী পলায়ন ৷ আৰক্ষীৰ কটকটীয়া সুৰক্ষা থকা স্বতেও কাৰাবন্দী দুজনৰ পলায়নৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । আৰক্ষীৰ তথ্য মতে পলায়ন কৰা কাৰাবন্দী দুজনৰ নাম অতুল দেউৰী আৰু ছাৰৰ্চিং ৰংপি ৷ অতুল দেউৰী নামৰ কাৰাবন্দীজন নাৰী সংক্ৰান্তীয় গোচৰ আৰু বন্দুকৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ গোচৰত কাৰাবাস খাটি আছিল আনজন কাৰাবন্দী ছাৰৰ্চিং ৰংপিৰ । আৰক্ষীৰ জানিব দিয়ামতে পুৱা দেৱাল বগাই পলায়ন কৰে কাৰাবন্দী দুজন । এই ঘটনাক কেন্দ্ৰকৰি স্বাভাবিকতে প্ৰশ্ন উত্থাপিত হৈছে কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ সুৰক্ষাকলৈ ৷
হামৰেন কাৰাগাৰৰ পৰা পলাল কয়দী - পলাতক দুজন কাৰাবন্দী
পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ পৰা দুজন কাৰাবন্দী পলায়ন
হোজাই, 27 জুলাই : পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ পৰা শনিবাৰে দুজন কাৰাবন্দী পলায়ন ৷ আৰক্ষীৰ কটকটীয়া সুৰক্ষা থকা স্বতেও কাৰাবন্দী দুজনৰ পলায়নৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । আৰক্ষীৰ তথ্য মতে পলায়ন কৰা কাৰাবন্দী দুজনৰ নাম অতুল দেউৰী আৰু ছাৰৰ্চিং ৰংপি ৷ অতুল দেউৰী নামৰ কাৰাবন্দীজন নাৰী সংক্ৰান্তীয় গোচৰ আৰু বন্দুকৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ গোচৰত কাৰাবাস খাটি আছিল আনজন কাৰাবন্দী ছাৰৰ্চিং ৰংপিৰ । আৰক্ষীৰ জানিব দিয়ামতে পুৱা দেৱাল বগাই পলায়ন কৰে কাৰাবন্দী দুজন । এই ঘটনাক কেন্দ্ৰকৰি স্বাভাবিকতে প্ৰশ্ন উত্থাপিত হৈছে কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ সুৰক্ষাকলৈ ৷
আৰক্ষীয়ে গিজগিজাই থকা পশ্চিম কাৰ্বি আংলংৰ হামৰেন স্থিত জিলা কাৰাগাৰৰ পৰা শনিবাৰে দুজন কয়দীয়ে পলায়ন কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পলায়ন কৰা কয়দী দুজন অতুল দেউৰী আৰু ছাৰৰ্চিং ৰংপি বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।।অতুল দেউৰী নামৰ কয়দীজন নাৰী সংক্ৰান্তীয় গোচৰ আৰু ছাৰৰ্চিং ৰংপিৰ নামৰ কয়দীটোক বন্দুকৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ গোচৰত কাৰাবাস খাটি আছিল। কয়দী দুজনে পুৱা গামোচাৰ জৰিয়তে দেৱাল বগাই পলায়ন কৰে। ঘটনাৰ পিছত কাৰাগাৰত উপস্থিত হোৱা পশ্চিম কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষকে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে পলাতক কয়দী দুজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
BYTE: জেল কৰ্তৃপক্ষ
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam