ETV Bharat / state

সুৰা ট্ৰেজেডীৰ আঁৰত লালী গুৰ নে মিথানল? - পিয়ুষ হাজৰিকা

এতিয়াও স্পষ্ট নহয়, ক'লে পীয়ুষ হাজৰিকাই

লালী গুৰ নে মিথানল এতিয়াও স্পষ্ট নহয়: পিয়ুষ হাজৰিকা
author img

By

Published : Feb 26, 2019, 8:07 PM IST

আমিনগাঁও, ২৬ ফেব্ৰুৱাৰীঃ মঙলবাৰে কামৰূপৰ আমিনগাঁৱত অনুষ্ঠিত হয় এক কৃষি সঁজুলি বিতৰণ কাৰ্যসূচী । এই কাৰ্যসূচীতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীপীয়ুষ হাজৰিকা। এই অনুষ্ঠানটোত জিলাখনৰ ২৬ হাজাৰ কৃষকক কৃষি সঁজুলি বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে এই অনুষ্ঠাতে ৰাজ্য কঁপোৱা সুৰা ট্ৰেজেডী সন্ধৰ্ভত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া-

লালী গুৰ নে মিথানল এতিয়াও স্পষ্ট নহয়: পিয়ুষ হাজৰিকা

অবৈধ লালীৰ গুৰৰ বিৰুদ্ধে ফাইট হ'ব লাগে বুলি মন্তব্য় কৰে পিয়ুষ হাজৰিকাই । অবৈধ লালী গুৰ নে মিথানলৰ পৰাহে সুৰাৰ বিষক্ৰিয়া হৈছে এতিয়াও স্পষ্ট নহয় বুলি উল্লেখ কৰি কয় প্ৰাথমিক তদন্তত যদিও মিথানলৰ ব্যৱহাৰৰ পোৱা গৈছে কিন্তু ফৰেনচিক তদন্ত এতিয়াও বাকী আছে । যদিহে লালী গুৰৰ পৰা হোৱা বুলি প্ৰমাণিত হয় তেন্তে নিষিদ্ধ হ'ব লাগে লালী গুৰ বুলি দাবী উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

ইপিনে ষড়যন্ত্ৰ থাকিব পাৰি নেকি সাংবাদিকৰ প্ৰশ্নত পিয়ুষে কয় এই ঘটনা আঁৰত ষড়যন্ত্ৰও থাকিব পাৰে । এই কথা অস্বীকাৰ কৰিব নোৱাৰি বুলি উল্লেখ কৰে ।

আনহাতে মঙলবাৰে পুৱতি নিশা
ভাৰতীয় বায়ুসেনাই পাকিস্তানত কৰা এয়াৰ ষ্ট্ৰাইকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ভাৰতীয় বায়ুসেনা বাহিনীক প্ৰশংসা কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই । দীৰ্ঘদিন ধৰি পাকিস্তানে ভাৰতৰ শান্তিত বাধা-বিঘিনি সৃষ্টি কৰি আহিছিল আৰু এইয়া অত্যন্তজৰুৰী আছিল বুলি উল্লেখ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

I’m protected online with Avast Free Antivirus. Get it here — it’s free forever.

*SLUG= AMINGAON PIYUSH HAZARIKA*

👉ৰাজ্য কঁপোৱা সুৰা ট্ৰেজেডী সন্ধৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ । 
👉লালী গুৰৰ পৰা হোৱা নাছিল সুৰাৰ বিষক্ৰিয়া । 
👉মিথানলৰ পৰাহে সুৰাৰ বিষক্ৰিয়া হোৱাৰ সন্দেহ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষৰ । 
👉বৰহোৱাৰ অন্তোষ্টিক্ৰিয়াৰ শোকাৱহ কাণ্ডৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী গৰাকীৰ । 
👉স্থানীয় বিধায়ক গৰাকী এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰাতো দুৰ্ভাগ্যজনক আখ্যা । 
👉স্থানীয় বিধায়ক হিচাপে মৃতকৰ প্ৰতি শেষ সন্মান জনোৱাটো কৰ্তব্য আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ । 
👉প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ভাৰতীয় বায়ু সেনা বাহিনীকো প্ৰশংসা কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই । 
👉কামৰূপৰ আমিনগাঁৱত অনুষ্ঠিত কৃষি সঁজুলি বিতৰন কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য ৰাজ্যিক মন্ত্ৰী গৰাকীৰ । 
👉অনুষ্ঠানটোত জিলাখনৰ ২৬ হাজাৰ কৃষকক কৃষি সঁজুলি বিতৰন কৰে এই অনুষ্ঠানটোত । 

I’m protected online with Avast Free Antivirus. Get it here — it’s free forever.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.