ETV Bharat / state

ৰাজ্যত পুনৰ ডাইনী নিৰ্যাতন! - তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত

তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাঁৱত পুনৰ সংঘটিত হ'ল ডাইনী নিৰ্যাতন ৷ নিৰ্যাতনৰ বলি হ'ল এহাল বৃদ্ধ দম্পতি ৷

ৰাজ্যত পুনৰ সংঘটিত হ'ল ডাইনী নিৰ্যাতন
author img

By

Published : Jul 21, 2019, 10:55 PM IST

ডুমডুমা,21 জুলাই : ৰাজ্যত এটাৰ পাছত আনটো অন্ধবিশ্বাসৰ ঘটনাই পাশৱিক ৰূপ লৈছে ৷ তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাঁৱত পুনৰ সংঘটিত হ'ল ডাইনী নিৰ্যাতন ৷ কৰ্দৈগুৰিৰ বিষ্ণুপুৰ ৰোগাগ্ৰস্ত শিশু এটিক কাবেলী মৰাণ নামৰ লোকজনে ভুত লগাই দিয়া বুলি দাবী কৰি স্থানীয় লোকে কাবেলী মৰাণৰ লগতে পত্নী মাছুকী মৰাণক ডাইনীৰ সন্দেহত শনিবাৰে পুৱাৰ পৰা অমানৱীক নিৰ্যাতন চলায় ৷ এই খবৰ লাভ কৰি তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই বৃহৎ আৰক্ষী দল এটা কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাৱঁলৈ প্ৰেৰণ কৰি উদ্ধাৰ কৰে নিৰ্যাতিত দম্পতিহালক ৷ বৰ্তমান দম্পতিহাল ডুমডুমা আৰক্ষী থানাৰ আশ্ৰয়ত ৷ এই সমগ্ৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থাই ।

তিনিচুকীয়া জিলাত ডাইনী নিৰ্যাতনৰবলি হ'ল এহাল দম্পতি

Intro:Date: 21-07-2019

Special Report

Sluge: ডুমডুমাৰ তালাপ কৰ্দৈগুৰিত ডাইনী সন্দেহত বৃদ্ধ দম্পতিক অকথ্য নিৰ্যাতন ।

V/O: ৰাজ্যত ইটোৰ পাছত সিটোকৈ সংঘটিত হ'বলৈ ধৰিছে ডাইনীৰ সন্দেহত মাৰ-পিটৰ জঘন্য ঘটনা । তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাৱঁৰ এগৰাকী শিশু বেমাৰত ভুগি আছিল । শিশুটিক কাবেলী মৰাণ নামৰ লোকজনে ভুত লগাই দিয়া বুলি দাবী কৰি স্থানীয় লোকে কাবেলী মৰাণৰ লগতে পত্নী মাছুকী মৰাণক ডাইনীৰ সন্দেহত শনিবাৰে পুৱাৰ পৰা অকথ্য নিৰ্যাতন চলায় ৷ দম্পতি হালক ডাইনী সন্দেহত গাওঁখনৰে কেইজনমান জেষ্ঠ লোকৰ নিৰ্দেশত একাংশ যুৱক-মহিলাই ৰাজহুৱা আস্থানৰ এজোপা গছত বান্ধি উপৰ্যুপৰি মাৰপিট কৰা বুলি অভিযোগ কৰিছে দম্পতিহালে ৷ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰা উত্তেজিত লোকে দম্পতিহালক নিৰ্যাতন চলোৱাৰ খবৰ লাভ কৰি তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই বৃহৎ আৰক্ষী দল এটা কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাৱঁলৈ প্ৰেৰণ কৰি দম্পতিহালক উদ্ধাৰ কৰে ৷ নিৰ্যাতিত দম্পতিহালক বৰ্তমান ডুমডুমা আৰক্ষী থানাত আশ্ৰয় দি ৰাখিছে ৷ এই সমগ্ৰ কাণ্ডক লৈ তিব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থাই ।

Byte: নিৰ্যাতিত দম্পতি ।
Byte: মৰাণ ছাত্ৰ সন্থাৰ নেতা ।Body:Date: 21-07-2019

Byte: মৰাণ ছাত্ৰ সন্থাৰ নেতা ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.