ETV Bharat / state

ডিগবৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিগবৈ থানাৰ অন্তৰ্গত ৩ নং বৰবিলত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ ডিগবৈত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে সদৰি কৰা মতে বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত হোৱা নাই ৷

author img

By

Published : May 27, 2021, 10:26 PM IST

Unidentified deadbody recovered  at digboi
ডিগবৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিগবৈ, 27 মে' : ডিগবৈ থানৰ অন্তৰ্গত ৩ নং বৰবিলত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ ডিগবৈত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় লোকে সদৰি কৰা মতে, ডিগবৈ আৰক্ষী থানাত খবৰ দিয়াত ডিগবৈ আৰক্ষী আহি উক্ত মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায় । বর্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহৰ পৰিচয় ।

উল্লেখযোগ্য যে, ব্যক্তিজন কোন, ক'ৰ পৰা আহিছিল আৰু কি পৰিস্থিতিত পৰি তেওঁৰ মৃত্যু হ'ল তাক লৈ এতিয়াও ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে ৷ আনহাতে আৰক্ষীয়ে মৃত ব্যক্তিজনৰ পৰিচয় লগতে মৃত্যুৰ কাৰণ সন্দৰ্ভত তদন্ত চলাই আছে ।

লগতে পঢ়ক:মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.