ETV Bharat / state

দিল্লীৰ কৃষক আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি - DYFI

শনিবাৰে তিনিচুকীয়া জিলাৰ থানা চাৰিআলিত মহাত্মা গান্ধীৰ ৭৩ সংখ্যক মৃত্যু বাৰ্ষিকী আৰু দিল্লীৰ কৃষক আন্দোলনৰ শ্বহীদ সকলৰ প্ৰবিত্ৰ স্মৃতিত অখিল ভাৰতীয় কৃষক সভা(AIKS), অখিল ভাৰতীয় লোকতান্ত্ৰিক মহিলা সংঘ(AIDWA), SFI, DYFI, CITU ৰ উদ্যোগত অনুস্থিত কৰা হয় শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৷

tribute martyr in delhi farmar protester and mahatma gandhi
দিল্লীৰ কৃষক আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সকলk শ্ৰদ্ধাঞ্জলি
author img

By

Published : Jan 30, 2021, 4:00 PM IST

তিনিচুকীয়া, 30 জানুৱাৰী : শনিবাৰে তিনিচুকীয়া জিলাৰ থানা চাৰিআলিত দিল্লীৰ কৃষক আন্দোলনৰ শ্বহীদ সকলৰ প্ৰবিত্ৰ স্মৃতিত অনুস্থিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৷ এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অখিল ভাৰতীয় কৃষক সভা(AIKS), অখিল ভাৰতীয় লোকতান্ত্ৰিক মহিলা সংঘ(AIDWA), SFI, DYFI, CITU ৰ উদ্যোগত অনুস্থিত কৰা হয় ৷

দিল্লীৰ কৃষক আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সকলk শ্ৰদ্ধাঞ্জলি

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি চলি অহা কৃষক আন্দোলনত প্ৰায় ডেৰশৰো অধিক প্ৰতিবাদকাৰীয়ে প্ৰাণ আহুতি দিব লগা হৈছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰা নাই কৃষক বিৰোধী তিনিখনকৈ কৃষি আইন ৷ চৰকাৰৰ এই কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছে বিভিন্ন সংগঠনৰ সদস্য সকলে ৷

আনকি 26 জানুৱাৰীত দিল্লীত হোৱা কৃষক আন্দোলনত কোনো দুষ্কৃতিকাৰীয়ে জাতীয় পতাকাক অৱমাননা কৰা কাৰ্যকো শ্ৰদ্ধাঞ্জলি স্থলীৰ পৰাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছে সংগঠনৰ সদস্য কেইজনে ৷

আনহাতে, আজি ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৩ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ দিল্লীৰ কৃষক আন্দোলনৰ শ্বহীদ সকলৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতেই, মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিতো পুষ্পাঞ্জলি অৰ্পন কৰা হয় ৷

লগতে পঢ়ক : গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

For All Latest Updates

TAGGED:

AIKSAIDWA
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.