তিনিচুকীয়া, 9 ডিচেম্বৰঃ তিনিচুকীয়া জিলাত কেব বাতিলৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ বিধায়ক সঞ্জয় কিষাণৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ ৷
তিনিচুকীয়াত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - সদৌ চুতীয়া ছাত্ৰ সন্থা
তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ ৷

কেব বাতিলৰ দাবীত জ্বলিছে অসম
তিনিচুকীয়া, 9 ডিচেম্বৰঃ তিনিচুকীয়া জিলাত কেব বাতিলৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ বিধায়ক সঞ্জয় কিষাণৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ ৷
তিনিচুকীয়া জিলাত কেব বাতিলৰ দাবীত অসম বন্ধ
তিনিচুকীয়া জিলাত কেব বাতিলৰ দাবীত অসম বন্ধ
Intro:কেব বাতিলৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা,সদৌ চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক তিনিচুকীয়া জিলাত। সদৌ মৰাণ ছাত্ৰ সন্থাৰ কৰ্মী সকলে বিধায়ক সঞ্জয় কৃষাণৰ বাসগৃহ ঘেৰাও কৰাৰ পিছত জিলা উপযুক্তৰ কাৰ্য্যালয়ত উত্তাল প্ৰতিবাদ। প্ৰতিবাদ থলীৰ পৰা সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক প্ৰতিবেদন
Body:DL
Conclusion:প্ৰশান্ত খাটোৱাল তিনিচুকীয়া
Body:DL
Conclusion:প্ৰশান্ত খাটোৱাল তিনিচুকীয়া