ETV Bharat / state

ৰাজ্যজুৰি তেল নাটনিৰ আশংকা

author img

By

Published : Dec 13, 2019, 2:05 PM IST

Updated : Dec 13, 2019, 3:28 PM IST

তেল নাটনিৰ আশংকা
তেল নাটনিৰ আশংকা

12:57 December 13

ৰাজ্যজুৰি তেল নাটনিৰ আশংকা ৷ আন্দোলনৰ প্ৰভাৱত স্তব্ধ ডিগবৈ শোধনাগাৰ ৷ আই অ' চি এল আৰু অইল ইণ্ডিয়াতো বন্ধ হৈ আছে উৎপাদন ৷

তেল নাটনিৰ আশংকা
তেল নাটনিৰ আশংকা
  • কেব বিৰোধী আন্দোলনৰ প্ৰভাৱত স্তব্ধ ডিগবৈ শোধনাগাৰ 
  • বিগত 5 দিনে উৎপাদন ব্যাহত হৈ আছে তেলৰ 
  • শোধনাগাৰত আবদ্ধ শ শ তেল ভৰ্তি ট্ৰেংকাৰ 
  • আই অ' চি এল আৰু অইল ইণ্ডিয়াতো বন্ধ হৈ আছে উৎপাদন 
  • তিনিচুকীয়াৰ গোপনাৰী এল পি জি প্লেন্ট আৰু ডুলীয়াজানৰ এল পি জি প্লেন্টত আবদ্ধ শ শ গেছ ভৰ্তি ট্ৰেংকাৰ 
  • ৰে'ল যোগেও ব্যাহত আমদানি-ৰপ্তানি 
  • বৰ্তমান তিনিচুকীয়াৰ পৰিস্থতি কিছু স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে 

Intro:Body:

TINSUKIA BRK

Conclusion:
Last Updated : Dec 13, 2019, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.