ETV Bharat / state

তালাপ অঞ্চলত ঘৰুৱা ৰন্ধন গেছ পাইপ লাইনৰ আধাৰশিলা স্থাপন

author img

By

Published : Dec 3, 2020, 5:44 PM IST

ৰন্ধন গেছ যোগান আঁচনিৰ বুধবাৰে আধাৰশিলা স্থাপন কৰে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই ।

তালাপ অঞ্চলত ঘৰুৱা ৰন্ধন গেছ পাইপ লাইনৰ আধাৰশিলা স্থাপন
তালাপ অঞ্চলত ঘৰুৱা ৰন্ধন গেছ পাইপ লাইনৰ আধাৰশিলা স্থাপন

ডুমডুমা,3 ডিচেম্বৰঃ অসম গেছ কোম্পানীৰ অধীনত তালাপ অঞ্চলত ঘৰুৱা ৰন্ধন গেছ পাইপ লাইনৰ জৰিয়তে ৰন্ধন গেছ যোগান আঁচনিখনৰ বুধবাৰে আধাৰশিলা স্থাপন কৰে অসম গেছ কোম্পানীৰ অধ্যক্ষ তথা শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই ।

এই সম্পৰ্কে অনুষ্ঠিত সভাখনত বিধায়ক বলিন চেতিয়া, গেছ কোম্পানীৰ কেইবাগৰাকীও বিষয়ববীয়া, তালাপ পঞ্চায়ত সভাপতি মানৱ সোণোৱাল, তালাপ শাখা সাহিত্য সভাৰ সভাপতি সীমান্ত শৰ্মা, তিনিচুকীয়া জিলা পৰিষদৰ সদস্য প্ৰকাশ বৰুৱাৰ লগতে তালাপ অঞ্চলৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়কঃ বিহালীৰ বৰগাঙত কৃষক মহাসভা অসম, বিশ্বনাথ জিলা সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.