ETV Bharat / state

ফিল'বাৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ

author img

By

Published : Jan 3, 2020, 7:46 AM IST

ঘৰৰ পৰা গাভৰুভেটিৰ ছাত্ৰবাসলৈ যোৱা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈ আছে ত্ৰিদীপ বৰা নামৰ ছাত্ৰজন ৷

STUDENT MISSING FROM FILOBARI
ফিল'বাৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ

ডুমডুমা, 3 ডিচেম্বৰঃ ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতেই তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ হোৱা খবৰে অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে । ফিল'বাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা ৰবৰগুৰি সোণোৱাল গাঁৱৰ নিবাসী কমলা বৰাৰ একমাত্ৰ সন্তান ত্ৰিদীপ বৰা (১৫) বৃহস্পতিবাৰে ঘৰৰ পৰা গাভৰুভেটিৰ ছাত্ৰবাসলৈ যোৱা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈ আছে । ঘটনা সম্পৰ্কে ত্ৰিদীপৰ পিতৃয়ে ইতিমধ্যে স্থানীয় ফিল'বাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই ছাত্ৰজনৰ ৷

Intro:Date: 03-01-2020

Slug: ফিল'বাৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ ।

V/O: ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতেই তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ হোৱা খবৰে অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে । ফিল'বাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা ৰবৰগুৰি সোনোৱাল গাঁৱ নিবাসী কমলা বৰাৰ একমাত্ৰ সন্তান ত্ৰিদীপ বৰা (১৫) বৃহস্পতিবাৰে ঘৰৰ পৰা গাভৰুভেটিৰ ছাত্ৰবাসলৈ যোৱা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈ আছে । ঘটনা সম্পৰ্কে ত্ৰিদীপৰ পিতৃয়ে ইতিমধ্যে স্থানীয় ফিল'বাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 03-01-2020

Slug: ফিল'বাৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ ।

V/O: ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতেই তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ পৰা ছাত্ৰ নিৰুদ্দেশ হোৱা খবৰে অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে । ফিল'বাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা ৰবৰগুৰি সোনোৱাল গাঁৱ নিবাসী কমলা বৰাৰ একমাত্ৰ সন্তান ত্ৰিদীপ বৰা (১৫) বৃহস্পতিবাৰে ঘৰৰ পৰা গাভৰুভেটিৰ ছাত্ৰবাসলৈ যোৱা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈ আছে । ঘটনা সম্পৰ্কে ত্ৰিদীপৰ পিতৃয়ে ইতিমধ্যে স্থানীয় ফিল'বাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.