ETV Bharat / state

সম্প্ৰীতিৰ বাণীৰে ডুমডুমাত শিখ ধৰ্মীয় বিশাল শোভাযাত্ৰা

শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ধুবুৰী গুৰুদ্বাৰৰ পৰা বাহিৰ কৰা হয় ধৰ্মীয় শোভাযাত্ৰাৰ ৷

author img

By

Published : Aug 21, 2019, 11:32 PM IST

ডুমডুমাত শিখ ধৰ্মীয় শোভাযাত্ৰা দল

ডুমডুমা, 21 আগষ্টঃ শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ধুবুৰী গুৰুদ্বাৰৰ পৰা বাহিৰ কৰা হয় ধৰ্মীয় শোভাযাত্ৰাৰ ৷ বুধবাৰে শোভাযাত্ৰাকাৰী দলটো উপস্থিত হয় চাহনগৰী ডুমডুমাত । শান্তি-সম্প্ৰীতিৰ বাণী প্ৰচাৰৰ লক্ষ্যৰে ডুমডুমাত উপস্থিত হোৱা শোভাযাত্ৰাৰ দলটোক ডুমডুমাৰ শিখ ধৰ্মালম্বী লোকসকলে ধৰ্মীয় ৰীতি নীতিৰে আদৰণি জনায় ৷ দেশৰ বিভিন্ন প্ৰান্তত শান্তি সম্প্ৰীতিৰ বাণী প্ৰচাৰৰ বাবে শোভাযাত্ৰা কৰা দলটো ২৩ আগষ্টৰ পৰা নগাঁৱত অনুষ্ঠিত হ'ব লগা মহান গুৰমত সমাগমলৈ উভতি যাব বুলি উল্লেখ কৰে ৷

Intro:Date: 21-08-2019

Sluge: ডুমডুমাত শিখ ধৰ্মীয় শুভাযাত্ৰাকাৰী দল ।

V/O: শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে ধুবুৰী গুৰুদ্বাৰৰ পৰা বাহিৰ কৰা হয় ধৰ্মীয় শোভাযাত্ৰাৰ ৷ বুধবাৰে শোভাযাত্ৰাকাৰী দলটো উপস্থিত হয় চাহনগৰী ডুমডুমাত । শান্তি-সম্প্ৰীতিৰ বাণী প্ৰচাৰৰ লক্ষ্যৰে ডুমডুমাত উপস্থিত হোৱা শোভাযাত্ৰাৰ দলটোক ডুমডুমাৰ শিখ ধৰ্মালম্বী লোকসকলে ধৰ্মীয় ৰীতি নীতিৰে আদৰণি জনায় ৷ দেশৰ বিভিন্ন প্ৰান্তত শান্তি সম্প্ৰীতিৰ বাণী প্ৰচাৰৰ বাবে শোভাযাত্ৰা কৰা দলটো ২৩ আগষ্টৰ পৰা নগাঁৱত অনুষ্ঠিত হ'ব লগা মহান গুৰমত সমাগমলৈ উভতি যাব বুলি উল্লেখ কৰে ৷

Byte: ধৰ্ম প্ৰৱৰ্তক ।Body:Date: 21-08-2019

Byte: ধৰ্ম প্ৰৱৰ্তক ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.