ETV Bharat / state

অসম যুৱ পৰিষদৰ উদ্যোগত তিনিচুকীয়াত চেনিটাইজেশ্যন - সজাগ আৰু সচেতন

অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিচুকীয়াত চেনিটাইজেশ্যন কাৰ্যসূচী ৷ মহামাৰী কৰ’ণা ভাইৰাচৰ পৰা বাছি সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান ৷

sanitization-by-assam-yuva-parishad
অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিচুকীয়াত চেনিটাইজেশ্যন কাৰ্যসূচী
author img

By

Published : Jun 6, 2021, 10:04 PM IST

তিনিচুকীয়া, 6 জুন: সমগ্ৰ দেশতেই এতিয়া মহামাৰী কৰ’ণা ভাইৰাচে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মহামাৰী কৰ’ণা ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে জাৰি কৰিছে ভালেমান নিৰ্দেশনা । বিভিন্ন প্ৰান্তত বিভিন্ন স্বেচ্ছাসেৱী দ'ল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে বহুতো সজাগতামূলক কাৰ্যসূচী ।

sanitization-by-assam-yuva-parishad
অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিচুকীয়াত চেনিটাইজেশ্যন কাৰ্যসূচী

অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, তিনিচুকীয়া জিলা সমিতিৰ সহযোগত, ছাত্ৰ পৰিষদ, চাহ কোষ, সংখ্যালঘু পৰিষদ, মহিলা পৰিষদৰ সহযোগত দেওবাৰে সমগ্ৰ তিনিচুকীয়া চহৰখনত চেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ণ কৰি মহামাৰী কৰ’ণা ভাইৰাচৰ পৰা বাছি থাকিবলৈ সকলোকে সজাগ আৰু সচেনত হৈ থাকিবলৈ আহ্বান জনাই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই ।

লগতে পঢ়ক: আমগুৰিৰ এগৰাকী নিসংগ ব্যক্তিৰ কৰুণ কাহিনী...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.