ডুমডুমা,28 নৱেম্বৰ: 27 নৱেম্বৰত প্ৰতিবাদ দিৱস উপলক্ষে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা (স্বা) য়ে প্ৰকাশ কৰিছে এটি ভিডিঅ’ ৷ উক্ত ভিডিঅ’টোৰ জৰিয়তে সংগঠনটোৰ নেতা লেফটেণ্টেট আইচেম অসমে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ৷ উক্ত ভিডিঅ’টোত আলফাৰ শক্তি জাহিৰ কৰি নেতাগৰাকীয়ে অসমৰ মাটিত চলি থকা দমন, অত্যাচাৰ, ধৰ্ষণ আদিৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰে ৷ তদুপৰি ভাৰতৰ সেনাৰ জিঘাংসা পৰিতৃপ্ত কৰিবলৈ দেশত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন কাৰ্যকৰী কৰা হৈছিল বুলি সংগঠনটোৱে ভিডিঅ’টোৰ জৰিয়তে প্ৰকাশ কৰে ৷
প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া - প্ৰতিক্ৰিয়া
প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ এক ভিডিঅ’ৰ জৰিয়তে সংগঠনটোৱে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
![প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9691557-thumbnail-3x2-a.jpg?imwidth=3840)
ডুমডুমা,28 নৱেম্বৰ: 27 নৱেম্বৰত প্ৰতিবাদ দিৱস উপলক্ষে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা (স্বা) য়ে প্ৰকাশ কৰিছে এটি ভিডিঅ’ ৷ উক্ত ভিডিঅ’টোৰ জৰিয়তে সংগঠনটোৰ নেতা লেফটেণ্টেট আইচেম অসমে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ৷ উক্ত ভিডিঅ’টোত আলফাৰ শক্তি জাহিৰ কৰি নেতাগৰাকীয়ে অসমৰ মাটিত চলি থকা দমন, অত্যাচাৰ, ধৰ্ষণ আদিৰ বিৰুদ্ধে মতামত প্ৰকাশ কৰে ৷ তদুপৰি ভাৰতৰ সেনাৰ জিঘাংসা পৰিতৃপ্ত কৰিবলৈ দেশত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন কাৰ্যকৰী কৰা হৈছিল বুলি সংগঠনটোৱে ভিডিঅ’টোৰ জৰিয়তে প্ৰকাশ কৰে ৷
TAGGED:
প্ৰতিক্ৰিয়া