ETV Bharat / state

তিনিচুকীয়াত পুলৱামা নৰসংহাৰকলৈ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Feb 16, 2019, 2:39 PM IST

পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ

dfsdf

etv
image1
১৬ ফেব্ৰুৱাৰী তিনিচুকীয়া: সমগ্ৰ দেশতে এতিয়া পাকিস্তান মুৰ্দাবাদ ধ্বনি। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো দেখা গল প্ৰতিবাদৰ জোৱাৰ।
undefined
তিনিচুকীয়া চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ওলাই আহিল চহৰবাসী।ক্ষোদ্ধ প্ৰতিবাদকাৰীয়ে দাহ কৰে

v
পাকিস্তানৰ ৰাষ্ট্ৰপতিসহ পাকিস্তানৰ পতাকা।
undefined
সহশ্ৰাধিক প্ৰতিবাদকাৰীয়ে বাইক ৰেলি বাহিৰ কৰি পাকিস্তান মুৰ্দাবাদ,ভাৰত মাতা কি জয় ধ্বনিৰে উত্তাল কৰি তোলে তিনিচুকীয়া আকাশ বতাহ।

Intro:BREAKING:-

পুলৱামা নৰসংহাৰকলৈ তীব্ৰ প্ৰতিবাদ তিনিচুকীয়াত৷

তিনিচুকীয়া চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্বত্ব:স্ফুৰ্ত ভাবে ওলাই আহিল চহৰবাসী

পাকিস্তানৰ ৰাষ্ট্ৰপতিসহ পাকিস্তানৰ পতাকা দাহ৷

সহশ্ৰাধিক প্ৰতিবাদকাৰীয়ে বাইক ৰেলি বাহিৰ কৰি পাকিস্তান মুৰ্দাবাদ,ভাৰত মাতা কি জয় ধ্বনিৰে উত্তাল কৰি তোলে তিনিচুকীয়া চহৰBody:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.