ETV Bharat / state

কাকপথাৰৰ ৰাজপথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট - নাগৰিকত্ব সংশোধনী আইন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত আছে বৃহত্তৰ কাকপথাৰ অঞ্চলত ৷ মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ব্যৱসায়ী সন্থাই ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

protest against caa at kakopothar
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট
author img

By

Published : Dec 24, 2019, 4:30 PM IST

শদিয়া,24 ডিচেম্বৰঃ ৰাজ্যত ধাৰাবাহিক ভাৱে অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগ্ৰাম ৷ অসমৰ লগতে দেশ বিদেশতো জনসাধাৰণে বিভিন্ন প্ৰকাৰে প্ৰতিবাদ জনাই আহিছে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৷ ইয়াৰ ব্যতিক্ৰম নহয় বৃহত্তৰ কাকপথাৰ অঞ্চল ৷ কাকপথাৰৰ দৈনিক বজাৰ প্ৰৱেশ পথৰ সন্মুখত মঙলবাৰে কাকপথাৰৰ ব্যৱসায়ী সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পালন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট

কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ ব্যৱসায়ী সকলৰ এই কাৰ্যসূচীত আছুৰ লগতে কাকপথাৰৰ বিভিন্ন দল সংগঠন , অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ কৰে ৷ বিভিন্নজনৰ ভাষণৰ সময়ত "জয় আই অসম" , বিজেপি গ’বেক , অসম চৰকাৰ গ’বেক , "কা" আমাক নালাগে আদি নানান শ্ল'গানেৰে উত্তাল কৰি তোলে কাকপথাৰ চহৰৰ সমগ্ৰ পৰিৱেশ ৷

লগতে পঢ়কঃ যোৰহাটৰ বৰহোলাত আটক সন্দেহযুক্ত নাগৰিক

Intro:24.12.2019

Slug--কাকপথাৰৰ ৰাজপথত ব্যৱসায়ী সকলৰ "কা" বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট ৷

V/O-- ৰাজ্যত ধাৰাবাহিক ভাৱে অব্যাহত আছে জাতিধ্বংসী আইন "কা"ৰ বিৰুদ্ধে সংগ্ৰাম ৷ অসমৰ লগতে দেশ বিদেশত আজিও জনতাই বিভিন্ন প্ৰকাৰে প্ৰতিবাদত জনাই আহিছে "কা" বাতিলৰ দাবীত ৷ ইয়াৰ ব্যতিক্ৰম নহয় সংগ্ৰাম প্ৰতিবাদৰ স্থলী ৰূপে খ্যাত বৃহত্তৰ কাকপথাৰ অঞ্চল ৷ কাকপথাৰৰ দৈনিক বজাৰ প্ৰৱেশ পথৰ সন্মুখত আজি সমূহ কাকপথাৰৰ ব্যৱসায়ী সকলে "কা" ৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে ৷ কোনো কাৰণতে ব্যৱসায়ী সকলৰ লগতে কাকপথাৰ তথা অসম বাসী ৰাইজে "ক" মানি নোলোৱাৰ হুংকাৰ দিয়ে ৷ ব্যৱসায়ী সকলৰ এই কাৰ্যসূচীত আছুৰ লগতে কাকপথাৰৰ বিভিন্ন দল সংগঠন , অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ কৰে ৷ বিভিন্ন জনৰ ভাষনৰ সময়ত "জয় আই অসম" , বিজেপি গ’বেক , অসম চৰকাৰ গ’বেক , "কা" আমাক নালাগে আদি নানান শ্লগানেৰে উত্তাল কৰি টোলে কাকপথাৰ চহৰৰ পৰিবেশ ৷Body:Byte : BusinessmanConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.