ETV Bharat / state

কাকপথাৰৰ ডিৰাক নদীত পৰি মৃত্যু এজনৰ

চুমনিৰ পৰা বৰডিৰাক সংযোগী এখন বাঁহৰ দলং নিৰ্মাণত অৱস্থাত ঘটনাতো সংঘটিত হয় ৷ ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰি আছিল উক্ত দলংখন ৷

ONE PERSON DEAD IN TINISUKIA
কাকপথাৰৰ ডিৰাক নদীত পৰি মৃত্যু এজনৰ
author img

By

Published : Jul 4, 2020, 8:48 AM IST

তিনিচুকীয়া, 4 জুলাই : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৰডিৰাকত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ নদীত পৰি মৃত্যু হয় এজন লোকৰ ৷ মৃত ব্যক্তিগৰাকী বৰডিৰাকৰ জগত কোৱঁৰ (45) ৷

কাকপথাৰৰ ডিৰাক নদীত পৰি মৃত্যু এজনৰ

ডিৰাক নদীৰ ওপৰত দলং নিৰ্মাণ কৰি থকাৰ অৱস্থাত অকস্মাত নদীৰ পানীত পৰি মৃত্যু হয় যুৱকজন ৷ স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও ডিৰাক নদীৰ কোবাল সোঁতে উটুৱাই নিয়ে যুৱকজনক ৷ অৱশেষত নদীখনৰ পৰা কিছু দূৰৈত উদ্ধাৰ হয় জগত কোৱঁৰৰ মৃতদেহ ৷

ONE PERSON DEAD IN TINISUKIA
কাকপথাৰৰ ডিৰাক নদীত পৰি মৃত্যু এজনৰ

চুমনিৰ পৰা বৰডিৰাক সংযোগী এখন বাহঁৰ দলং নিৰ্মাণত অৱস্থাত ঘটনাতো সংঘটিত হয় ৷ ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰি আছিল উক্ত দলংখন ৷ শ্ৰমদান কৰি থাকোতেই ঘটনাটো সংঘটিত হোৱাত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ৷ গাঁৱখনৰ সমস্যা সমাধানত চৰকাৰ তথা প্ৰশাসনৰ ভূমিকাক লৈ সোচ্চাৰ হৈ পৰে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক : কলিয়াবৰত অচিন ৰোগত আক্ৰান্ত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.