ETV Bharat / state

ডুমডুমাত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন

author img

By

Published : Oct 19, 2021, 3:24 PM IST

ৰাজ্যত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ডুমডুমা আৰক্ষীয়ে সোমবাৰে এনে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

One arrested with Brown Sugar at Dumduma
ডুমডুমাত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ এজন

শদিয়া, 19 অক্টোবৰ : মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছৰে পৰা ৰাজ্যত ধাৰাবাহিকভাৱে ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক সষ্টম হৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ সোমবাৰে ডুমডুমা আৰক্ষীয়ে এনে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ ডুমডুমা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত জি এন বি ৰোডত অভিযান চলাই আটক কৰে ব্যৱসায়ীজনক ৷

আটকাধীন ব্যৱসায়ীজন মোবাৰক শ্বাহ(20) বুলি জানিব পৰা হৈছে ৷ মোবাৰক শ্বাহৰ পৰা আৰক্ষীয়ে প্ৰায় 5.39 গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে ৷ আটকাধীন ব্যৱসায়ীজন ডুমডুমাৰ উচামাটিৰ নিবাসী বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি ডুমডুমা আৰক্ষীয়ে যুৱ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডল সহ এটা মাটিৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.