ETV Bharat / state

মাৰ্ঘেৰিটাৰ জনাঞ্চলত বন্যহস্তীৰ তাণ্ডৱ

বৃহস্পতিবাৰে ৰাতিপুৱাই বনাঞ্চলৰ পৰা ওলাই অহা হাতী এটাই জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰে সন্ত্ৰাস ৷হাতীৰ আক্ৰমণত আহত এগৰাকী কিশোৰী ৷

author img

By

Published : Mar 21, 2019, 3:14 PM IST

etv bharat

নিউজ ডেস্ক,21 মাৰ্চ : মাৰ্ঘেৰিটাত বন্যহস্তীৰ তাণ্ডৱ ৷ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়এগৰাকী কিশোৰী ৷

elephant attack

মাৰ্ঘেৰিটাৰ মিৰিকা মাজুলী অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ বৃহস্পতিবাৰে ৰাতিপুৱাই বনাঞ্চলৰ পৰা ওলাই অহা হাতী এটাই জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰে সন্ত্ৰাস ৷ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লক্ষীমণি প্ৰজা নামৰ কিশোৰী এগৰাকী ৷ উন্নত চিকিৎসাৰ বাবে কিশোৰীগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰিছে স্থানীয় ৰাইজে ৷

From: Prasanta Khatowal

Slug:A_TSK_21MAR_801_ELEPHANT_PRASANTA_KHATOWAL

OC/VO:তিনিচুকীয়া মাৰ্ঘেৰিটাৰ মিৰিকা মাজুলি অঞ্চলত বন্যহস্তিৰ তাণ্ডৱ 

পুৱাতে এটা বন্য হস্তিয়ে দুটা ঘৰ ভঙাৰ লগতে এগৰাকী কিশোৰীক আক্ৰমণ কৰে।

হাতীৰ আক্ৰমণত লক্ষীমণি প্ৰজা নামৰ কিশোৰী গৰাকী গুৰুতৰ ভাৱে আহত হয়

স্থানীয় বনাঞ্চলৰ পৰা প্ৰায়ে এইদৰে হাতী ওলাই আহি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.