ETV Bharat / state

প্ৰশাসনে চীল কৰিলে ডুমডুমাৰ ডাঃ ওঝাৰ নাৰ্চিং হোম

author img

By

Published : Sep 5, 2020, 8:38 PM IST

শীঘ্ৰেই চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি দুৰ্ভগীয়া প্ৰমীলা ছেত্ৰীক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে গোৰ্খা ছাত্ৰ সন্থাই ।

nursing-home-sealed
প্ৰশাসনে চীল কৰিলে ডুমডুমাৰ ডাঃ ওঝাৰ নাৰ্চিং হোম

ডুমডুমা, 5 চেপ্টেম্বৰ : অৱশেষত ডুমডুমাস্থিত ডাঃ ওঝাৰ নাৰ্চিং হোম চীল কৰিলে প্ৰশাসনে । উল্লেখযোগ্য যে, নাৰ্চিং হোমখনত কৰ্মৰত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাৰ ভুল চিকিৎসাৰ বলি হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল প্ৰমীলা ছেত্ৰী নামৰ ফিল'বাৰীৰ এগৰাকী প্ৰসূতিয়ে । যাৰ প্ৰতিবাদত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ পাছতেই প্ৰশাসনে ডাঃ ওঝাৰ নাৰ্চিং হোম চীল কৰা কাৰ্যক আদৰণি জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে । ইফালে ইণ্ডিয়ান মেডিকেল এছচিয়েশ্বনৰ ডুমডুমা শাখাই অভিযুক্ত চিকিৎসক ডাঃ প্ৰকাশ গুপ্তাক ৰক্ষণাবেক্ষণ দিবলৈ আপ্ৰাণ চেষ্টা চলোৱা কাৰ্যক সকীয়নি প্ৰদান কৰিছে গোৰ্খা ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.