ETV Bharat / state

কাৰ্টনত উদ্ধাৰ দুটি মৃত নৱজাতক

author img

By

Published : Aug 8, 2019, 1:44 PM IST

তিনিচুকীয়াৰ গেলাপুখুৰীৰ শদিয়া ভৱনৰ সম্মুখত বুধবাৰে নিশা উদ্ধাৰ হৈছে দুটি নৱজাতকৰ মৃতদেহ ৷ এটা পুখুৰীৰ পাৰত কাৰ্টনত ভৰাই থোৱা অৱস্থাত মৃত নৱজাতক দুটি প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে ৷

কাৰ্টনত উদ্ধাৰ দুটি মৃত নৱজাতক

তিনিচুকীয়া, আগষ্ট 08 : মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাত ৷ তিনিচুকীয়াৰ গেলাপুখুৰীৰ শদিয়া ভৱনৰ সম্মুখত বুধবাৰে নিশা উদ্ধাৰ হৈছে দুটি নৱজাতকৰ মৃতদেহ ৷ এটা পুখুৰীৰ পাৰত কাৰ্টনত ভৰাই থোৱা অৱস্থাত মৃত নৱজাতক দুটি প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে ৷ ঘটনা সন্দৰ্ভত ব্যক্তিগৰাকীয়ে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়া আৰক্ষী ৷ পাচত নৱজাতক দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ অহা হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷

কাৰ্টনত উদ্ধাৰ দুটি মৃত নৱজাতক

আনহাতে, এই পৰ্যন্ত লাভ কৰা নাই নৱজাতক দুটিৰ পিতৃ-মাতৃৰ পৰিচয় ৷ একাংশ লোকৰ মতে কোনো লোকে নিজৰ অবৈধ প্ৰেমৰ কলংক মোচন কৰিবলৈ এইদৰে পেলাই থৈ গ'ল দুটি নিষ্পাপ শিশুক ৷ এই ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সঘনাই সমাজত সংঘটিত হৈ থকা এনেবোৰ ঘটনাই যেন মানৱতাৰ স্খলনকেই বাৰে বাৰে চিহ্নিত কৰিছে ৷

Intro:STORY:-হায় মানৱতা!তিনিচুকীয়াত উদ্ধাৰ দুটাকৈ মৃত নৱজাতক

OC/VO:-তিনিচুকীয়াত পুনৰ সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা আন এক ভু-লুণ্ঠিত ঘটনা৷ বুধবাৰে নিশা তিনিচুকীয়াৰ গেলাপুখুৰীৰ শদিয়া ভৱনৰ সমীপত উদ্ধাৰ হৈছে দুটিকৈ মৃত নৱজাতক৷
নৱজাতক দুটি এটা পুখুৰীৰ পাৰত এটা কাৰ্টুনত ভৰাই থোৱা অৱস্থাত প্ৰতক্ষ্য কৰে এজন স্থানীয় ব্যক্তিয়ে৷ঘটনাৰ সন্দৰ্ভত স্থানীয় ব্যক্তিজনে আৰক্ষীক খৱৰ দিয়াত নিশাই
ঘটনাস্থলীত গেলাপুখুৰী আৰক্ষী উপস্থিত হৈ নৱজাতকৰ মৃতদেহ দুটা মৰোণোত্ত পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই মূহূৰ্তলৈকে পৰিচয় লাভ কৰা নাই পিতৃ- মাতৃৰ৷ইপিনে সমগ্ৰ ঘটনাটোকলৈ অঞ্চলটোত
তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ ৰাইজে কাৰোবাৰ অবৈধ প্ৰেমৰ কলংকৰ বোজা ঢাকিবলৈ এইদৰে নিষ্পাপ নৱজাতক দুটিক পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে৷Body:BYET:- প্ৰত্যক্ষদৰ্শীConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.