ETV Bharat / state

সদৌ মৰাণ ছাত্ৰ সন্থাৰ পৰা বিদায় ললে অৰুণজ্যোতি মৰাণে

author img

By

Published : Nov 23, 2020, 8:46 PM IST

Updated : Nov 23, 2020, 10:03 PM IST

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা অৰুণজ্যোতি মৰাণে সোমবাৰে আনুষ্ঠানিকভাৱে বিদায় লয় ৷ ১৯৯৬ চনৰে পৰা বৰ্তমানলৈকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ শাখা, আঞ্চলিককে ধৰি কেন্দ্ৰীয় পৰ্যায়লৈকে সৱল নেতৃত্ব প্ৰদান কৰি আহিছিল ছাত্ৰ নেতা জনে ৷

Moran Student Union
সদৌ মৰাণ ছাত্ৰ সন্থাৰ পৰা বিদায় ললে অৰুণজ্যোতি মৰাণে

তিনিচুকীয়া, 23 নৱেম্বৰঃ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা অৰুণজ্যোতি মৰাণে সোমবাৰে আনুষ্ঠানিকভাৱে বিদায় লয় ৷ ১৯৯৬ চনৰে পৰা বৰ্তমানলৈকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ শাখা, আঞ্চলিককে ধৰি কেন্দ্ৰীয় পৰ্যায়লৈকে সৱল নেতৃত্ব প্ৰদান কৰি আহিছিল ছাত্ৰ নেতা জনে ৷

সংগঠনটোৰ পৰা বিদায় লোৱাৰ পৰত ছাত্ৰ নেতাজনৰ লগতে সংগঠনৰ আন আন নেতা সকল আৱেগিক হৈ পৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে , ছাত্ৰজনৰ বিদায় উপলক্ষে অনুষ্ঠিত সভাত সংগঠনৰ বৰ্তমানৰ নেতৃত্বৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

সদৌ মৰাণ ছাত্ৰ সন্থাৰ নতুন সভাপতি হিচাপে নৱ মৰাণক আৰু সাধাৰণ সম্পাদক হিচাপে মুনিন দুৱৰাক দায়িত্ব অৰ্পন কৰা হৈছে । লুৰিণজ্যোতি আছু ত্যাগ কৰাৰ পিছত সদৌ মৰাণ ছাত্র সন্থা ত্যাগ কৰিলে অৰুণজ্যোতি মৰাণে । ২৯ অক্টোবৰ পৰা ১ নবেম্বৰ লৈকে ডিগবৈ অনুষ্ঠিত হোৱা মৰাণ ছাত্র সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ পিছত দেওবাৰে কালি নিশাৰ পৰা ডিগবৈ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত প্ৰতিনিধি সভাত মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে মৰাণ ছাত্র সন্থা ত্যাগ কৰি আবেগিক হৈ পৰে ।

লগতে পঢ়কঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি

Last Updated : Nov 23, 2020, 10:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.