ETV Bharat / state

বহুজাতিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ

author img

By

Published : Oct 17, 2019, 3:40 AM IST

বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ থলুৱাক বঞ্চিত কৰা তথা সামাজিক উন্নয়ন নীতিৰ স্থিতিক লৈ তীব্ৰ আন্দোলনৰ ভাবুকি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৷

গণ আন্দোলনৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ

তিনিচুকীয়া, 16 অক্টোবৰঃ বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ থলুৱাক বঞ্চিত কৰা তথা সামাজিক উন্নয়ন নীতিৰ স্থিতিক লৈ তীব্ৰ আন্দোলনৰ ভাবুকি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৷ বুধবাৰে তিনিচুকীয়া সাংবাদিক চ'ৰাৰ সভাগৃহত এই বিষয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ছাত্ৰ সংগঠনটোৰ জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ সংবাদমেলত ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া লিমিটেড আৰু বহুজাতিক লাভজনক প্ৰতিষ্ঠান ভাৰতীয় তৈল নিগম, ক'ল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে থলুৱা নিবনুৱাক নিয়োজিত কৰাৰ পৰা বিৰত থাকি বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ লগতে সামাজিক উন্নয়ণৰ বাবে এই প্ৰতিষ্ঠান কেইটাৰ স্থিতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ সংগঠনটোৰ ৷ অতি শীঘ্ৰেই বহুজাতিক প্ৰতিষ্ঠান কেইটাক এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় সদৌ মৰাণ ছাত্ৰ সন্থাই ৷ অন্যথা ইয়াৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

Intro:STORY:-অইল,আই.অ.চি,কল ইণ্ডিয়া আৰু হিন্দুস্তান ইউলিভাৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ

তিনিচুকীয়া,১৬ অক্টোবৰ:-দেশৰ ৰাজহুৱা খণ্ড তথা বহুজাতিক লাভজনক প্ৰতিষ্ঠান সমূহে থলুৱা বিৰোধী নীতি গ্ৰহণ কৰি অহা কাৰ্যক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। বুধবাৰে তিনিচুকীয়া সাংবাদিক চ'ৰাৰ সভা গৃহত এক সংবাদ মেল অনুষ্ঠিত কৰি ছাত্র সংগঠনটোৱে ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া লিমিটেড আৰু বহুজাতিক লাভজনক প্ৰতিষ্ঠান ভাৰতীয় তৈল নিগম,ক'ল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ইউলিভাৰ লিমিটেডে চৰম উদাসীনতাৰে থলুৱা বিৰোধী নীতি গ্ৰহণ কৰি সামাজিক উন্নয়ন আৰু নিবনুৱা নিয়োজিত কৰাৰ পৰা বিৰত থকা বুলি গুৰুত্বৰ অভিযোগ তুলি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সৈতে অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ হোৱা আলোচনাৰ সিদ্ধান্তক অতি সোনকালে কাৰ্য কৰি কৰিবলৈ প্ৰতিষ্ঠান কেইটাক সকীয়াই দিছে। অন্যথা তীব্র গণ আন্দোলন হুংকাৰ দিয়ে সংগঠনটোৱে।

Body:BYET :- অৰুণজ্যোতি মৰাণ, সভাপতি, সদৌ মৰাণ ছাত্ৰ সন্থা

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.