ETV Bharat / state

তিনিচুকীয়া লিডুত ব্ৰাউন চুগাৰ জব্দ

লিডু আৰক্ষী চকীৰ ভাৰপ্ৰান্ত বিষয়া উত্তম তামাঙৰ নেতৃত্বত চলা অভিযানত জব্দ হয় প্ৰায় ডেৰ লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছ ৷ আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰে তিনি যুৱকক ৷

author img

By

Published : Jul 18, 2020, 5:46 AM IST

ব্ৰাউন চুগাৰ জব্দ
ব্ৰাউন চুগাৰ জব্দ

তিনিচুকীয়া, 18 জুলাইঃ তিনিচুকীয়া আৰক্ষীৰ সাফল্য ৷ আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ ড্ৰাগছ, লগতে গ্ৰেপ্তাৰ হয় তিনিজনকৈ লোক ৷

লিডুত ব্ৰাউন চুগাৰ জব্দ

লিডু আৰক্ষী চকীৰ ভাৰপ্ৰান্ত বিষয়া উত্তম তামাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লিডু বজাৰৰ এখন বৈদ্যুতিক সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলোৱা অভিযানত জব্দ হয় ব্ৰাউন চুগাৰ খিন ৷ আনহাতে ব্ৰাউন চুগাৰৰ লগতে গ্ৰেপ্তাৰ কৰে তিনিজনকৈ যুৱকক ৷ ধৃত যুৱক কেইজন হৈছে লিডু বাজাৰ বস্তিৰ সুভম ৰয়, কেলেসোনা আচাৰ্যী আৰু মাৰ্ঘেৰিটা তিনিআলিৰ দীপক মণ্ডল ৷

উল্লেখ্য যে, উদ্ধাৰ কৰা ব্ৰাউন চুগাৰখিনিৰ ওজন 38.9 গ্ৰাম আৰু ইয়াৰ মূল্য প্ৰায় ডেৰ লাখ টকা ৷

লগতে পঢ়কঃ ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত গোচৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.