ETV Bharat / state

তিনিচুকীয়াত বলেৰ' লৈ উধাও চোৰ

author img

By

Published : Oct 22, 2020, 11:15 AM IST

তিনিচুকীয়া জিলাৰ কৃষ্ণা গোৱালা নামৰ যুৱ ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা বুধবাৰে নিশা চোৰে এখন বলেৰ' বাহন লৈ উধাও হয় চোৰ ৷ ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা চলিত বৰ্ষত তিনিবাৰকৈ চুৰি হৈছে ৷

Margherita bike thief
তিনিচুকীয়াত বলেৰ' লৈ উধাও চোৰ

তিনিচুকীয়া ,22অক্টোবৰ: তিনিচুকীয়াত চোৰৰ তাণ্ডৱ ৷ জিলাখনৰ লিডুৰ এজন যুৱকৰ বাসগৃহৰ পৰা এখন বলেৰ' লৈ উধাও হয় চোৰ ৷ বুধবাৰে নিশা লিডু ক'লপৰা গাঁৱৰ কৃষ্ণা গোৱালা নামৰ যুৱ ব্যৱসায়ীজনৰ বাসগৃহত সংঘটিত হয় এই ঘটনাটো ৷ বলেৰ' বাহনখনত আছিল নগদ 50 হাজাৰ টকা৷

উল্লেখ্য যে,চলিত বৰ্ষতে যুৱকজনৰ বাসগৃহৰ পৰা এখন পালচাৰ আৰু এখন বুলেট চুৰি হৈছিল ৷ এই সন্দৰ্ভত যুৱকজনে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ৷

অন্য এক খবৰৰ বাবে: সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.