ETV Bharat / state

মাৰ্ঘেৰিটাত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ - margherita

ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বৰগোলাইস্থ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ দ দ গাঁত ৷

মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথ বিধ্বস্ত
author img

By

Published : May 31, 2019, 10:44 PM IST

মাৰ্ঘেৰিটা 31 মেঃ ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বৰগোলাইস্থ ৰাষ্ট্ৰীয় ঘাই পথত সৃষ্টি হৈছে পুখুৰী সদৃশ দ দ গাঁত ৷ উল্লেখযোগ্য যে, পাৱৈৰ পৰা লিডু লৈকে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই ৰাইজক জ্বলা কলা খুৱাই আহিছে । বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ দ গাঁতৰ সৃষ্টি হৈছে । আনকি আজি বহু স্কুলীয়া ছাত্ৰ ছাত্ৰীক কঢ়িয়াই অনা যান বাহন আদবাটৰ পৰাই উভতি যাবলৈ বাধ্য হয় ।

মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথ বিধ্বস্ত

ইয়াৰোপৰি খৰালি সময়ত এই পথটো ধূলিময় হৈ পৰে আৰু বাৰিষা সময়ত ঠাইয়ে ঠাইয়ে একাঁঠু পানীৰ সৃষ্টি হয় ৷ যাৰ বাবে পথচাৰী তথা গাড়ী চালকৰ বাবে এই পথটো হৈ পৰিছে মৰণফাণ্ড সদৃশ ৷ বৃহস্পতিবাৰে এই বিধ্বস্ত পথৰ অন্যতম অংশ নিৰ্মাণৰ দাবীত বৰগোলাইত অটো মেজিক চালক সকলে পথ অৱৰোধেৰে দুই ঘন্টা স্বাভাৱিক জনজীৱন অচল কৰি তুলিছিল ।

Intro:Package ....

১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত পাৱৈৰ পৰা লিডুৰ টিৰাপ কলিয়ৰীলৈকে জৰাজীৰ্ণ ৰাষ্টীয় পথত বিগত তিনিবছৰ ধৰি ৰাইজক জ্বলা -কলা খুৱাই আহিছে । এই বিধ্বস্তু পথৰ অন্যতম অংশ বৰগোলাইত দ দ গাতৰ সৃষ্টি হোৱাত যান বাহনৰ চলাচল প্ৰায় অসম্ভৱ হৈ পৰিছে । আনকি আজি বহু স্কুলীয়া ছাত্ৰ ছাত্ৰীক কঢ়িয়াই অনা যান বাহন আদবাটৰ পৰাই উভতি যায় ।

V.O ৰাষ্ট্ৰীয় পথনে ৰাষ্ট্ৰীয় পুখুৰী । ৰাজ্যখনৰ এটা অতি গুৰুত্বপৃৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বৰগোলাইস্থ ৰাষ্ট্ৰীয় ঘাই পথত পুখুৰী সদৃশ দ দ গাত । যেন ৰাষ্ট্ৰীয় পথ নহয় ৰাষ্ট্ৰীয় পুখুৰী । 

V.O উল্লেখযোগ্য যে পাৱৈৰ পৰা লিডু লৈকে ৩৮ নং ৰাষ্টীয় ঘাই পথৰ দুৰৱস্থাই সকলোকে জ্বলা কলা খুৱাই আহিছে । বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ দ গাত সৃষ্টি হৈছে । তাৰোপৰি খৰালি এই পথ ধূলিময় হৈ পৰে আৰু বাৰিষা ঠাইয়ে ঠাইয়ে এআঠু পানী । যাৰ ফলত পথচাৰী গাড়ী চালকৰ বাবে এই পথ হৈ পৰিছে মৰণফাণ্ড । কালি এই বিধ্বস্তু পথৰ অন্যতম অংশ বৰগোলাইত অটো মেজিক চালক সকলে অতিশীঘ্ৰে নিৰ্মাণৰ দাবীত পথ অৱৰোধেৰে দুই ঘন্টা স্বাভাৱিক জনজীৱন অচল কৰি তুলিছিল । এই বিধ্বস্ত পথৰ পুনঃনিৰ্মানৰ দাবীত নিয়মিত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসৃচী । কিন্তু সকলো প্ৰতিবাদ অৰণ্যৰোদনলৈ পৰিণত হৈছে ।
Body:Byte-পথচাৰী
Byte-পথচাৰী
Byte-পথচাৰীConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.