ETV Bharat / state

ডুমডুমাৰ চামডাংত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Oct 21, 2019, 5:13 PM IST

উল্লেখ্য যে, উজনি অসমৰ বিভিন্ন অঞ্চলত দিনে দিনে বৃদ্ধি পাইছে হাতীৰ সন্ত্ৰাস ৷ কিন্তু এই ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত সমাধান সূত্ৰ বিচাৰি উলিয়াবলৈ  বিফল হৈছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ৷

ডুমডুমাৰ চামডাংত বন্যহস্তীৰ তাণ্ডৱ

ডুমডুমা, 21 অক্টোবৰঃ ডুমডুমাৰ চামডাঙত প্ৰায় ৫০/৬০ টা বন্যহস্তীৰ জাকৰ তাণ্ডৱ । তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত চামডাং ৮ নম্বৰ লাইনত নিশা প্ৰায় ৫০/৬০ টা বন্যহস্তীৰ জাকটোৱে চামডাং ৮ নম্বৰ লাইনৰ কানাই তাঁতী নামৰ লোক এজনৰ বাসগৃহ ভঙাৰ লগতে বাৰীৰ শাক-পাচলি, তামোল গছ আদি ভাঙি তহিলং কৰি থৈ যায় । কানাই তাঁতীৰ পৰিয়ালে কথমপি বন্যহস্তীৰ জাকটোৰ পৰা প্ৰাণৰক্ষা কৰি সেই স্থানৰ পলায়ন কৰে । স্থানীয় ৰাইজে বাৰম্বাৰ বন বিভাগক বন্যহস্তীৰ তাণ্ডৱৰ সম্পৰ্কে অৱগত কৰাই আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

উপায়ন্তৰ গঞা ৰাইজ
উল্লেখ্য যে, উজনি অসমৰ বিভিন্ন অঞ্চলত দিনে দিনে বৃদ্ধি পাইছে হাতীৰ সন্ত্ৰাস ৷ কিন্তু এই ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত সমাধান সূত্ৰ বিচাৰি উলিয়াবলৈ বিফল হৈছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ৷

অসম বিধানসভাৰ প্ৰতিবেদন অনুসৰি 2017-2018 হাতীৰ আক্ৰমণত 1,021 টা পৰিয়াল আৰু 2018-2019ত 2,034 টা পৰিয়াল ক্ষতিগ্ৰস্থ হৈছে ৷ হাতীৰ আক্ৰমণত সৰ্বাধিক চাহ বাগিছা আৰু জনজাতীয় অঞ্চল সমূহ ক্ষতিগ্ৰস্থ হৈছে ৷ ইয়াৰ ভিতৰত শোণিতপুৰ, ওদালগুৰি, বাক্সা, গোলাঘাট, নগাঁও, গোৱালপাৰাত আৰু কাৰ্বি আংলঙত সৰ্বাধিক লোক হাতীৰ আক্ৰমণৰ বলি হৈছে ৷

Intro:Date: 21-10-2019

Slug: ডুমডুমাৰ চামডাং ত প্ৰায় ৫০/৬০ টা বন্যহস্তীৰ জাকৰ তাণ্ডৱ ।

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত চামডাং ৮ নম্বৰ লাইনত নিশা এটা বৃহত বন্যহস্তীৰ জাকে তাণ্ডৱ চলাই । প্ৰায় ৫০/৬০ টা বন্যহস্তীৰ জাকটোৱে চামডাং ৮ নম্বৰ লাইনৰ কানাই তাঁতী নামৰ লোক এজনৰ বাসগৃহ ভঙাৰ লগতে বাৰীৰ সাক-পাচলি, তামোল গছ আদি ভাঙি তহিলং কৰি থৈ যায় । কানাই তাঁতীৰ পৰিয়ালে কথমপি বন্যহস্তীৰ জাকটোৰ পৰা প্ৰাণৰক্ষা কৰি পলায়ন কৰে । স্থানীয় ৰাইজে বাৰম্বাৰ বন বিভাগক বন্যহস্তীৰ তাণ্ডৱৰ সম্পৰ্কে অৱগত কৰাই আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

Byte: স্থানীয় ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 21-10-2019

Slug: ডুমডুমাৰ চামডাং ত প্ৰায় ৫০/৬০ টা বন্যহস্তীৰ জাকৰ তাণ্ডৱ ।

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত চামডাং ৮ নম্বৰ লাইনত নিশা এটা বৃহত বন্যহস্তীৰ জাকে তাণ্ডৱ চলাই । প্ৰায় ৫০/৬০ টা বন্যহস্তীৰ জাকটোৱে চামডাং ৮ নম্বৰ লাইনৰ কানাই তাঁতী নামৰ লোক এজনৰ বাসগৃহ ভঙাৰ লগতে বাৰীৰ সাক-পাচলি, তামোল গছ আদি ভাঙি তহিলং কৰি থৈ যায় । কানাই তাঁতীৰ পৰিয়ালে কথমপি বন্যহস্তীৰ জাকটোৰ পৰা প্ৰাণৰক্ষা কৰি পলায়ন কৰে । স্থানীয় ৰাইজে বাৰম্বাৰ বন বিভাগক বন্যহস্তীৰ তাণ্ডৱৰ সম্পৰ্কে অৱগত কৰাই আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

Byte: স্থানীয় ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.