ETV Bharat / state

ডিগবৈৰ নাজিৰাটিং গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস

নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ গাঁওবাসীৰ ।

ডিগবৈৰ নাজিৰাটিং গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস
author img

By

Published : Jun 20, 2019, 8:28 AM IST

মাৰ্ঘেৰিটা , ২০ জুন : ডিগবৈৰ 2 নং নাজিৰাটিং গাঁৱত বুধবাৰে বিয়লিৰে পৰা এটা নাহৰফুটুকীয়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে । গাঁও খনত নাহৰফুটুকীটোৰ মুক্ত বিচৰণৰ বাবে এতিয়া আতংকত ভুগিছে গাঁওবাসী ।

ডিগবৈৰ নাজিৰাটিং গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস

দীৰ্ঘদিন ধৰি গাঁওখনত মুক্তভাৱে বিচৰণ কৰি ফুৰা নাহৰফুটুকীটোৱে গাঁওবাসীৰ বহু পশুধন নিধন কৰে বুলি জনায় গাঁওবাসীয়ে । বুধবাৰেও নাহৰফুটুকীটোৱে গাঁওখনত প্ৰৱেশ কৰি লক্ষ্মণ ছেত্ৰী নামৰ এজন লোকৰ ঘৰৰ এটা ছাগলী নিধন কৰে । ইপিনে গাঁওবাসীৰ অভিযোগ অনুসৰি ডুমডুমা বন সংমণ্ডলৰ অধীনৰ এই অঞ্চলটোত আজিকোপতি বনবিভাগৰ কোনো কাণসাৰ নাই ।

Intro:ডিগবৈ নাজিৰাটিং গাঁৱত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস।

Anchor+V.O.---ডিগবৈৰ 2 নং নাজিৰাটিং গাঁৱত সন্ধিয়াৰে পৰা এটা নাহৰফুটুকী বাঘে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। এতিয়া আতংকত ভুগিছে স্থানীয় ৰাইজ। বাঘ টোৱে মুক্ত বিচৰণ কৰি ফুৰিছে এতিয়াও গাঁও খনত যাৰ পৰিণতিত সকলো গাঁওৰ ৰাইজ আতংকত ভুগিছে। বাঘটোৱে গাওঁ খনত প্ৰৱেশ কৰি এটা প্ৰকাণ্ড ছাগলী ধৰি মাৰি পেলাই। ডুমডুমা বন সংমণ্ডলৰ অধীনৰ এই অঞ্চলটোত আজিলৈকে কান সাৰ নাই বনবিভাগৰ বুলি অভিযোগ তুলিছে স্থানীয় গাঁও বাসীয়ে।নিৰাপত্তাহীনতাত ভুগি আছে এতিয়াও গাঁও বাসী।
। দীৰ্ঘ দিন ধৰি বাঘে এই অঞ্চলটোত উপদ্ৰৱ চলাই বহুততো গৰু, ছাগলী মাৰি আহিছে। আজিও বাঘটোৱে গাওঁ খনত প্ৰৱেশ কৰি লক্ষ্মণ ছেত্ৰী নামৰ লোকজনৰ ঘৰৰ এটা প্ৰকাণ্ড ছাগলী ধৰি মাৰি পেলাই। কান সাৰ নাই বনবিভাগৰ।নিৰাপত্তাহীনতাত ভুগি আছে এতিয়া গাঁও বাসী।
Body:Byte-gaon bakhiConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.