ETV Bharat / state

মন্থৰ গতিত নিৰ্মাণ কাকপথাৰ-ডিৰাক আদৰ্শ মহাবিদ্যালয় : ক্ষোভিত মৰাণ ছাত্ৰ সন্থা - লেহেমিয়া গতিত নিৰ্মাণ কাকপথাৰ ডিৰাক আৰ্দশ মহাবিদ্যালয়

৮ কোটি ৯৯ লাখ ৯৯ হাজাৰ ৮৬২ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা আৰ্দশ মহাবিদ্যালয়খনত চৰম দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷

মন্থৰ গতিত নিৰ্মাণ কাকপথাৰ-ডিৰাক আদৰ্শ মহাবিদ্যালয়

author img

By

Published : Mar 2, 2020, 2:31 PM IST

শদিয়া ,2 মাৰ্চ: কাকপথাৰৰ ডিৰাক কপাহতলিত লেহেমীয়া গতিত নিৰ্মাণ কৰি থকা আদৰ্শ মহাবিদ্যালয়খনৰ কাম পূৰ্ণ গতিত কৰিবলৈ দাবী জনাইছে মৰাণ ছাত্ৰ সন্থাই ৷ ২০১৭ চনতে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা মহাবিদ্যালয়খনত ২০২০ চনৰ পৰা পাঠদান আৰম্ভ হ'ব বুলি ঘোষণা কৰা হৈছিল যদিও আজিকোপতি মহাবিদ্যালয়খনৰ ৫০ শতাংশ কামো সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰিছে সংগঠনটো ৷

ক্ষোভিত মৰাণ ছাত্ৰ সন্থা

৮ কোটি ৯৯ লাখ ৯৯ হাজাৰ ৮৬২ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা আৰ্দশ মহাবিদ্যালয়খনত চৰম দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ লগতে তিনিচুকীয়াৰ এজন বিৰ্তকিত ঠিকাদাৰে মহাবিদ্যালয়খনৰ ঠিকা লাভ কৰি স্থানীয় কেইজনমান বিজেপি কৰ্মীক মহাবিদ্যালয়খন চোৱা চিতাৰ দায়িত্ব অৰ্পণ কৰিছে বুলি জনায় সংগঠনটোৰ সদস্যই ৷

লগতে পঢ়কঃ হুলস্থুলীয়া পৰিবেশেৰে আৰম্ভ বিধানসভাৰ বাজেট অধিবেশনঃ বিৰোধীৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.