ETV Bharat / state

ডুমডুমাত পালন আৰ্ন্তজাতিক নাৰী দিৱস - তিনচুকীয়া

সমাজ-সংস্কৃতিলৈ অৱদান আগবঢোৱা বহুকেইগৰাকী নাৰীক সম্বৰ্ধনা জ্ঞাপন

ডুমডুমাত নাৰী দিৱস পালন
author img

By

Published : Mar 8, 2019, 4:52 PM IST

তিনচুকীয়া,৮ মাৰ্চ:আজি সমগ্ৰ বিশ্বজুৰি উদযাপিত হৈছে আন্ত:ৰ্জাতিক নাৰী দিৱস । ইয়াৰ সমান্তৰালকৈ ডুমডুমা মহিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে ডুমডুমাতো পালন কৰা হয় নাৰী দিৱস ।

ডুমডুমাত নাৰী দিৱস পালন

ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বড়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট বক্তা হিচাপে সাহিত্যিক ড: ৰঞ্জিত দত্ত,তিনিচুকীয়া জিলা মহিলা সমিতিৰ সভানেত্ৰী অলকানন্দা শ্ৰীকুমাৰী কাকতি, সম্পাদিকা ৰুণু বৰঠাকুৰ বৰুৱাৰ লগতে উপস্থিত থাকে অঞ্চলটোৰ বহুসংখ্যক মহিলা । এই সভাতে আন্ত:ৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি সমাজ-সংস্কৃতিলৈ অৱদান আগবঢোৱা ডুমডুমা অঞ্চলৰ বহুকেইগৰাকী সফল নাৰীক সম্বৰ্ধনা জনোৱা হয় ।

Intro:ডুমডুমাত নাৰী দিৱস পালন

OC/VO:-আজি সমগ্ৰ বিশ্বজুৰি উদযাপিত হৈছে আন্ত:ৰ্জাতিক নাৰী দিৱস । সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ডুমডুমাতো পালন কৰা হয় নাৰী দিৱস । ডুমডুমা মহিলা সমিতিৰ উদ্যোগত সমিতিৰ কাৰ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে নাৰী দিৱস পালন কৰা হয় । ডুমডুমা মহিলা সমিতিৰ সভানেত্ৰী ববী বড়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ড: ৰঞ্জিত দত্তই মন্তব্য আগবঢাই । সভাত তিনিচুকীয়া জিলা মহিলা সমিতিৰ সভানেত্ৰী অলকানন্দা শ্ৰীকুমাৰী কাকতি, সম্পাদিকা ৰুণু বৰঠাকুৰ বৰুৱাৰ লগতে অঞ্চলটোৰ বহুসংখ্যক মহিলা উপস্থিত থাকে । আন্ত:ৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি সমাজ-সংস্কৃতিলৈ অৱদান আগবঢোৱা ডুমডুমা অঞ্চলটো বহুকেইগৰাকী সফল নাৰীক সম্বৰ্ধনা জনোৱা হয় ।Body:BYET:- ৰুনু বৰঠাকুৰConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.