ETV Bharat / state

বৃহৎ চাহ কোম্পানীৰ ওচৰত সেও মানিছে নৰেন্দ্ৰ মোডী চৰকাৰে ??

চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণৰ দাবীত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী,শ্ৰম মন্ত্ৰীলৈ স্মাৰক পত্ৰ

সেও মানিছে নেকি নৰেন্দ্ৰ মোডী চৰকাৰে
author img

By

Published : Jun 26, 2019, 12:11 AM IST

ডুমডুমা, 25 জুন: চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণ আৰু ক্ষুদ্ৰ চাহ বাগিচাত কর্মৰত চাহ শ্ৰমিক সকলৰ মজুৰি চৰকাৰে নিৰ্ধাৰণ কৰা ২৪৪.৫৬ টকা বলবৎ কৰাৰ দাবীত আজি অসম চাহ মজদুৰ সংঘৰ ডুমডুমা শাখা সমিতিয়ে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সন্মুখত এক ঘণ্টীয়া ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ মজদুৰ সংঘৰ ডুমডুমা শাখা সমিতিয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ অন্তত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰূপেশ গোৱালা,ডুমডুমা শাখা চাহ মজদুৰ সংঘৰ সভাপতি দিলেশ্বৰ তাঁতীৰ লগতে ডুমডুমাৰ বিভিন্ন চাহ বাগিছাসমূহৰ প্ৰায় পাঁচ শতাধিক চাহ শ্ৰমিক উপস্থিত থাকে।

বৃহৎ চাহ কোম্পানীৰ ওচৰত সেও মানিছে নৰেন্দ্ৰ মোডী চৰকাৰে ??

অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰূপেশ গোৱালাই উল্লেখ কৰে যে,চাহ বাগিছাৰ শ্ৰমিকৰ ন্যুনতম মজুৰি ৩৫১ টকা নিৰ্ধাৰণৰ বাবে ১৯ মাহ পূৰ্বেই চৰকাৰে এক সমিতি গঠন কৰাৰ পাছতো নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৃহত চাহ কোম্পানীসমূহৰ ওচৰত সেও মনাৰ বাবেই আজি পৰ্যন্ত এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰে ।

Intro:Date: 25-06-2019

Sluge: চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণৰ দাবীত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী ধর্ণা ।
:মূখ্যমন্ত্ৰী, শ্রমমন্ত্রীলৈ স্মাৰক পত্র ।

বৃহত চাহ কোম্পানীসমূহৰ ওচৰত সেও মানিছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে:- ৰূপেশ গোৱালা ।

V/O: চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণ আৰু ক্ষুদ্ৰ চাহ বাগিচাত কর্মৰত চাহ শ্ৰমিক সকলৰ মজুৰি চৰকাৰে নিৰ্ধাৰণ কৰা ২৪৪.৫৬ টকা বলবৎ কৰাৰ দাবীত আজি অসম চাহ মজদুৰ সংঘৰ ডুমডুমা শাখা সমিতিয়ে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সন্মূখত এক ঘণ্টীয়া ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চাহ মজদুৰ সংঘৰ ডুমডুমা শাখা সমিতিয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ অন্তত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰী আৰু শ্রমমন্ত্রীলৈ পৃঠকে-পৃঠকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে । প্রতিবাদী কাৰ্যসূচীত অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰূপেশ গোৱালা, ডুমডুমা শাখা চাহ মজদুৰ সংঘৰ সভাপতি দিলেশ্বৰ তাতীৰ লগতে ডুমডুমাৰ বিভিন্ন চাহ বাগিছাসমূহৰ প্ৰায় পাঁচ শতাধিক চাহ শ্ৰমিক উপস্থিত থাকে । অসম চাহ মজদুৰ সংঘৰ সম্পাদক ৰূপেশ গোৱালাই উল্লেখ কৰে যে, চাহ বাগিছাৰ শ্ৰমিকৰ নুন্যতম মজুৰি ৩৫১ টকা নিৰ্ধাৰণৰ বাবে ১৯ মাহ পূৰ্বেই চৰকাৰে এক সমিতি গঠন কৰাৰ পাছতো নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৃহত চাহ কোম্পানীসমূহৰ ওচৰত সেও মনাৰ বাবেই আজি প্ৰজন্ত এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰে ।

Byte: ৰূপেশ গোৱালা, সম্পাদক, অসম চাহ মজদুৰ সংঘ ।
Byte: দিলেশ্বৰ তাঁতী, সভাপতি, ডুমডুমা শাখা চাহ মজদুৰ সংঘ ।Body:Date: 25-06-2019

Byte: দিলেশ্বৰ তাঁতী, সভাপতি, ডুমডুমা শাখা চাহ মজদুৰ সংঘ ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.