তিনিচুকীয়া,15 মাৰ্চ: নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত তিনিচুকীয়াৰ লাইপুলিত সোমবাৰে আবকাৰী বিভাগে জব্দ কৰিছে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ এটা বাসগৃহৰ পৰা 8 কাৰ্টন অবৈধ সুৰা জব্দ কৰে বিভাগটোৱে ৷
![illegal-wine-seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11022014_new.jpg)
অৱশ্যে সুৰাখিনি জব্দ কৰে যদিও বাসগৃহটোৰ পৰা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ আবকাৰী বিভাগৰ উপ সঞ্চালক জয়ন্ত কাকতিৰ নেতৃত্বত চলিছিল এই অভিযান ৷
লগতে পঢ়ক: খটখটিত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ