ETV Bharat / state

কাকপথাৰ বন কাৰ্যালয়ত কৰ্মচাৰীৰ অবৈধ ধন সংগ্ৰহ - চুতীয়া ছাত্ৰ সন্থা

শিল কঢ়িওৱা প্ৰতিখন ট্ৰাকৰ পৰা দৈনিক অবৈধ ভাৱে ৩০০টকাকৈ সংগ্ৰহ কৰা হয় বন কাৰ্যালয়ত ৷ এই অভিযোগ চুতীয়া ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ৷এই সন্দৰ্ভত সংগঠনটোৰ সদস্যই কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰশ্ন কৰে যদিও কোনো সু-উত্তৰ দিবলৈ সক্ষম নহ'ল কৰ্মচাৰীসকল ৷

Illegal money Collections by staff at Kakopathar Forest Office
কাকপথাৰ বন কাৰ্যালয়ত অবৈধ ধন সংগ্ৰহ কৰ্মচাৰীৰ
author img

By

Published : Sep 29, 2020, 11:01 PM IST

শদিয়া,29ছেপ্তেম্বৰঃ শূণ্য সহণশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শাসন কালতে ৰাজ্যত চলি আছে চৰকাৰী বিভাগৰ অবৈধ ধন সংগ্ৰহ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল কাকপথাৰ বন কাৰ্যালয়ত ৷ শিল কঢ়িওৱা প্ৰতিখন ট্ৰাকৰ পৰা দৈনিক অবৈধ ভাৱে ৩০০টকাকৈ সংগ্ৰহ কৰা হয় বন কাৰ্যালয়ত ৷ এই অভিযোগ চুতীয়া ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ ৷

কাকপথাৰ বন কাৰ্যালয়ত অবৈধ ধন সংগ্ৰহ কৰ্মচাৰীৰ

এই সন্দৰ্ভত সংগঠনটোৰ সদস্যই কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰশ্ন কৰে যদিও কোনো সু-উত্তৰ দিবলৈ সক্ষম নহ'ল কৰ্মচাৰীসকল ৷ ইপিনে এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি দোষী কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উথাপন কৰিছে চুতীয়া ছাত্ৰ সন্থাই ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ উপৰি বিভাগীয় মন্ত্ৰীকো স্মাৰক পত্ৰ দি তদন্তৰ দাবী জনোৱাৰ কথা জানিবলৈ দিয়ে সংগঠনটোৱে ৷

প্ৰশ্ন হয়, এনেদৰে লাখ লাখ টকা অবৈধভাবে সংগ্ৰহ কৰি থকা বন বিষয়া, কৰ্মচাৰীৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে ? নে চকু মুদা কুলিৰ ভাও ধৰি থাকিব চৰকাৰে ? সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.