ETV Bharat / state

পুনৰ সক্ৰিয় কয়লা চিণ্ডিকেট

তিনিচুকীয়াৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আৰু জয়পুৰত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায় ৷ দেওবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়াৰ লাইপুলিত চাৰিখনকৈ চোৰাং কয়লাভৰ্তি ট্ৰাক জব্দ ৷

পুনৰ সক্ৰিয় কয়লা চিণ্ডিকেট
author img

By

Published : Oct 14, 2019, 3:52 AM IST

তিনিচুকীয়া, 13 অক্টোবৰঃ উজনি অসমত অব্যাহত কয়লা ছিণ্ডিকেট ৷ তিনিচুকীয়াৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আৰু জয়পুৰত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায় ৷ দেওবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়াৰ লাইপুলিত চাৰিখনকৈ চোৰাং কয়লাভৰ্তি ট্ৰাক জব্দ ৷ তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সহযোগত বন বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে ৷ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক কেইখনৰ চালকসহ হেণ্ডিমেন ৷ দীৰ্ঘদিন ধৰি আৰক্ষী-প্ৰশাসনৰ চকুত ধুলি দি এনেকৈয়ে চলি আছে কয়লাৰ বৃহৎ ছিণ্ডিকেট ৷

Intro:STORY:- উজনি অসমত অব্যাহত আছে কয়লাৰ ছিণ্ডিকেট

OC/VO:-উজনি অসমৰ তিনিচুকীয়াৰ লিডু,মাৰ্ঘেৰিটা,জাগুন আৰু জয়পুৰত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায়৷ দেওবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়াৰ লাইপুলিত চাৰিখনকৈ চোৰাং কয়লাভৰ্ত্তী ট্ৰাক জব্দ কৰা ঘটনাই প্ৰমাণ কৰিলে উজনি অসমত চলি থকা কয়লাৰ বৃহৎ ছিণ্ডিকেট প্ৰক্ৰিয়া৷ তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সহযোগত বন বিভাগ আৰু অৰক্ষীয়ে ইতিমধ্যে জব্দ কৰা কয়লা ভৰ্তি ট্ৰাক কেইখনে মাৰ্ঘেৰিটাৰ পৰা চোৰাং কয়লা সমূহ বহিঃ ৰাজ্যলৈ সৰবৰাহৰ বাবে নি থকা বুলি জানিব পৰা গৈছে৷
ইপিনে আৰক্ষী আৰু বন বিভাগৰ লোক অহাৰ উমান পাই লাইপুলি পেট্ৰল পাম্পত ৰখাই থোৱা চাৰিওখন ট্ৰাকৰ ড্ৰাইভাৰ হেণ্ডিমেন পলায়ন কৰে৷ জব্দকৃত কয়লা ভৰ্তি ট্ৰাককেইখনৰ নম্বৰ AS-01-GC-9627, AS-09-GC- 9628, BR-01-GB-6230,AS-23-BC-3639৷
উজনি অসমত এইদৰে আৰক্ষী- প্ৰশাসনৰ চকুত ধুলি দি একাংশ কয়লা মাফিয়াই চলাই নিচে কয়লাৰ বৃহৎ ছিণ্ডিকেট৷

Body:BYET:- শিৱনাথ চেতিয়া, যুৱ কংগ্ৰেছীConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.