ETV Bharat / state

কাকপথাৰত পাঠদান অবিহনে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা - ললিত মৰাণ প্ৰাথমিক বিদ্যালয়

কাকপথাৰৰ সৰুমেচাইৰ ললিত মৰাণ প্ৰাথমিক বিদ্যালয়ত পাঠদান নোহোৱাকৈয়ে অনুস্থিত হ'ব ছমহীয়া পৰীক্ষা ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে পাঁচটাকৈ শ্ৰেণীৰ দায়িত্ব অকলে পালন কৰিবলগা হৈছে ৷

পাঠদানৰ অবিহনে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা
author img

By

Published : Jun 11, 2019, 3:54 PM IST

কাকপথাৰ, 11 জুন : কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুমেচাইৰ ললিত মৰাণ প্ৰাথমিক বিদ্যালয়ত পাঠদান নোহোৱাকৈয়ে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা ৷ ১৯৭৪ চনতে স্থাপিত বিদ্যালয়খনত বিগত তিনিবছৰে এজন শিক্ষকেই চলাই আছে পাঠদানকাৰ্য ৷ স্থানীয় ৰাইজে কেইবাবাৰো প্ৰতিবাদ কৰাৰ পাছত শিক্ষা বিভাগে যোৱা বৰ্ষত মাত্ৰ দুমাহৰ বাবে এগৰাকী শিক্ষয়িত্ৰী নি়যুক্তি দিছিল ৷ ২০১৮ চনৰ নবেম্বৰ মাহত আন এগৰাকী শিক্ষয়িত্ৰী নিযুক্তি দিছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে ছয় মহীয়া ছুটি লোৱাত প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে অকলেই পাঁচটাকৈ শ্ৰেণীৰ পাঠদান কৰিব লগা হৈছে ৷ এতিয়া পাঁচটাকৈ শ্ৰেণীৰ দায়িত্ব অকলে পালন কৰিব লগা হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে প্ৰধান শিক্ষয়িত্ৰীগৰাকী ৷

পাঠদানৰ অবিহনে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা

শৌচাগাৰ, বিদ্যুতৰ উন্নত সুবিধা নথকা বিদ্যালয়খনত এতিয়া পাঠদানৰ অবিহনে কেনেদৰে ছাত্ৰ - ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব এইয়া এক বৃহৎ প্ৰশ্ন হৈ পৰিছে ৷ বিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাবোৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে উচ্চপদস্ত বিষয়াক লিখিতভাৱে জনোৱাৰ পাছতো কানসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ 50 বছৰ গৰকা বিদ্যালয়খনত এজন পুৰুষ শিক্ষকক নিযুক্তি দিয়াৰ লগতে আন্তগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Intro:পাঠদান নোহোৱাকৈয়ে অনুস্থিত হ'ব ছমহীয়া পৰীক্ষা, এজনীয়া শিক্ষকে চলিছে বিদ্যালয়

শদিয়া : কাকপথাৰ শিক্ষা খণ্ডৰ অন্তগত সৰুমেচাইৰ ললিত মৰাণ প্ৰাথমিক বিদ্যালয়ত পাঠদান নোহোৱাকৈয়ে ছয়মহীয়া পৰীক্ষা অনুস্থিত কৰিবলৈ আগবাঢ়িছে বিদ্যালয়ৰ কতৃপক্ষ ৷ ১৯৭৪ চনতে স্থাপিত হোৱা বিদ্যালয়খনত বিগত তিনিবছৰে এজনীয়া শিক্ষকে চলাই যাবলগীয়া হৈছে পাঠদান ৷ স্থানীয় ৰাইজে কেইবাবাৰো প্ৰতিবাদ কৰাৰ পিছত যোৱা বৰ্ষত মাত্ৰ দুমাহৰ বাবে এগৰাকী শিক্ষয়ত্ৰী নি়যুক্তি দিছিল বিভাগে ৷ তাৰ পিছতেই ২০১৮চনৰ নবেম্বৰ মাহত আকৌ এগৰাকী শিক্ষয়ত্ৰী নিযুক্তি দিছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে ছয় মহিয়া ছুটি লোৱাত প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে অকলেই পাঁচটাকৈ শ্ৰেণী পাঠদান কৰাত বিদ্যাৰ নামত মাত্ৰ এটা ধাৰণা হে দিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে ৷ পাঠদান নকৰাকৈ পৰীক্ষা অনুস্থিত কৰিলে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ ভাল ফলাফল লাভ কৰিব, সেইয়া আজিৰ তাৰিখত এক প্ৰশ্ন ৷ শৌচাগাৰ, পেছাৱগাৰ, বিজুলি বাঁটিৰ অসুবিধা থকা বিদ্যালয়খনৰ উক্ত সমস্যা সমুহৰ কথা উচ্চপদস্ত বিষয়াক লিখিতভাবে জনোৱাৰ পিছতো কানসাৰ নিদিয়াৰ অভিযোগ কৰিছে প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে ৷ পঞ্চাছ বছৰ গৰকা বিদ্যালয়খনত এজন পুৰুষ শিক্ষকক নিযুক্তি দিয়াৰ লগতে আন্তগাথনিৰ ক্ষেত্ৰতো পৰ্যাপ্তা সুবিধা দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷Body:Byte : 1/ Head Teacher
2/ PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.