তিনচুকীয়া,14এপ্ৰিল: দেওবাৰে গৰু বিহু । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক লৈ উখল-মাখল অসমীয়াৰ মন প্ৰাণ । সমগ্ৰ ৰাজ্যতেই গৰু বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা দেখা গ'ল । ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে তিনিচুকীয়াতো উলহ-মালহেৰে উদযাপন কৰিলে গৰু বিহু । তিনিচুকীয়াৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক বিশেষ প্ৰতিবেদন
তিনিচুকীয়াত গৰু বিহু উদযাপন - তিনচুকীয়া
অসমীয়াৰ বাপতি সাহোন ৰাঙলী বিহুটিক লৈ উখল-মাখল সকলো অসমীয়াৰ মন ৷
গৰু বিহু
তিনচুকীয়া,14এপ্ৰিল: দেওবাৰে গৰু বিহু । অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক লৈ উখল-মাখল অসমীয়াৰ মন প্ৰাণ । সমগ্ৰ ৰাজ্যতেই গৰু বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা দেখা গ'ল । ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে তিনিচুকীয়াতো উলহ-মালহেৰে উদযাপন কৰিলে গৰু বিহু । তিনিচুকীয়াৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক বিশেষ প্ৰতিবেদন
Intro:Anchor:-আজি গৰু বিহু। বাপতি সাহোন ৰাঙলী বিহুটিক লৈ উখল মাখল অসমীয়াৰ মন প্ৰাণ। সমগ্র ৰাজ্যতেই গৰু বিহুৰ ব্যপক উৎসাহ উদ্দীপনা দেখা গল। ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে তিনিচুকীয়াতো উলহ মালহেৰে উদযাপন কৰিলে গৰু বিহু। আমাৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক প্ৰতিবেদন চাওক।
Body:DL
Conclusion:প্ৰশান্ত খাটোৱাল
Body:DL
Conclusion:প্ৰশান্ত খাটোৱাল