ETV Bharat / state

৩ বাৰৰ বিধায়ক ৰাজ্যৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ বিজেপিত যোগদান - কংগ্ৰেছ

বিজেপিত যোগদান তিনিচুকীয়াৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ ৷  ২০০১ চনৰ পৰা ২০১৬ চনৰ লৈকে তিনিবাৰকৈ তিনিচুকীয়াৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ সিং। ২০১৬ বিধানসভা নিৰ্বাচনত ৰাজেন্দ্ৰ প্ৰসাদ সিঙক পৰাজিত কৰিছিল সঞ্জয় কিষাণে।

বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ
author img

By

Published : Aug 8, 2019, 7:50 PM IST

গুৱাহাটী, 8 আগষ্টঃ কংগ্ৰেছত খহনীয়া ৷ ৰাজ্যিক বিজেপিৰ উপ সভাপতি ড0 প্ৰদীপ ঠাকুৰীয়া, বিজেপিৰ সদস্যতা অভিযানৰ আহ্বায়ক বিজয় গুপ্তা, সাধাৰণ সম্পাদক পুলক গোহাঁইৰ উপস্থিতিত তিনিচুকীয়াৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ বিজেপিত যোগদান ৷ তিনিচুকীয়া সমষ্টিত তিনিবাৰকৈ কংগ্ৰেছ দলৰ বিধায়ক আছিল সিং ৷ বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত যোগদান সিঙৰ ৷ তিনিচুকীয়া কংগ্ৰেছৰ উপ সভাপতিকে ধৰি কেইবাগৰাকী কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান ৷

বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ

নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত দেশৰ প্ৰগতি হৈছে ৷ তিনি তালাক বাতিল আৰু 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ সিদ্ধান্তত আকৃষ্ট হোৱাৰ লগতে জৱাহৰলাল নেহৰুৱে কৰিব নোৱাৰা কাম ছোনিয়া গান্ধী-ৰাহুল গান্ধীয়ে সুযোগ লাভ কৰিও কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি বিজেপিত যোগদান কৰে ৰাজেন্দ্ৰ প্ৰসাদ সিঙে ৷ দেশৰ দৰিদ্ৰতাৰ বাবে দায়ী কংগ্ৰেছ দল ৷ 15 বছৰ কংগ্ৰেছৰ বিধায়ক হৈ মুখ্যমন্ত্ৰীৰ পৰা যি মৰম পোৱা নাছিলো, যোগদানৰ বাবে আহোঁতেই সেই মৰম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা পাইছো ৷ কংগ্ৰেছক তালাক দি আহিছো বুলিও প্ৰকাশ কৰে ৰাজেন্দ্ৰ প্ৰসাদ সিঙে ৷ উল্লেখ্য যে, ২০০১ চনৰ পৰা ২০১৬ চনৰ লৈকে তিনিবাৰকৈ তিনিচুকীয়াৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ সিং। ২০১৬ চনত ৰাজেন্দ্ৰ প্ৰসাদ সিঙক পৰাজিত কৰিছিল সঞ্জয় কিষাণে।

Intro:বিজেপিত যোগদান তিনিচুকীয়াৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ

বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান সিঙৰ

ৰাজ্যিক বিজেপিৰ উপ সভাপতি ড. প্ৰদীপ ঠাকুৰীয়া, বিজেপিৰ সদস্যতা অভিযানৰ আহ্বায়ক বিজয় গুপ্তা, সাধাৰণ সম্পাদক পুলক গোহাঁইৰ উপস্থিতিত বিজেপিত যোগদান ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ

তিনিচুকীয়া সমষ্টিত তিনিবাৰ কংগ্ৰেছ দলৰ বিধায়ক আছিল সিং

Body:তিনিচুকীয়া কংগ্ৰেছৰ উপ সভাপতিকে ধৰি কেইবাগৰাকী কংগ্ৰেছ কৰ্মীৰো বিজেপিত যোগদান
কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্য্যকালত ভাৰতীয়তা উপলব্ধি কৰাব পৰা নাছিল

নৰেন্দ্ৰ মোডীৰ কাৰ্য্যকালত দেশত প্ৰগতি হৈছে

৩ তালাক বাতিল আৰু 370 প্ৰত্যাহাৰৰ সিধান্তত আকৃষ্ট হৈছো বিজেপিৰ প্ৰতি

জৱাহৰলাল নেহৰুৱে কৰিব নোৱাৰা কাম ছোনিয়া ৰাহুল গান্ধীয়ে সুজোগ পাই কৰিব নোৱাৰিলে

বিজেপিত যোগদান কৰি বক্তব্য ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ

দেশৰ দৰিদ্ৰতাৰ বাবে দায়ী কংগ্ৰেছ দল আৰু পূৰ্বৰ চৰকাৰ

Apcc ত 30 বছৰ কাম কৰিও আপোন আপোন ভাব পোৱা নাছিলো, যিটো বিজেপিত পাইছো

15 বছৰ কংগ্ৰেছৰ বিধায়ক হৈ মুখ্যমন্ত্ৰীৰ পৰা যি মৰম পোৱা নাছিলো, যোগদানৰ বাবে আহোঁতেই সেই মৰম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা পাইছো
কংগ্ৰেছক তালাক দি আহিছো

Conclusion:তৰুণ গগৈয়ে 4 টা মন্ত্ৰী পদ খালী ৰাখিছিল

মোক মন্ত্ৰীপদ নিদিয়া ক্ষোভ মোৰ আছিলেই

মন্ত্ৰী পদ দিয়া হলে মই আৰু কাম কৰিব পাৰিলোঁহেঁতেন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.