ETV Bharat / state

ডুমডুমা আৰক্ষীৰ হাতত পৰিল পাঁচ গভাইত চোৰ - Dumduma Police

দীৰ্ঘদিন ধৰি ডুমডুমা নগৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত চূৰিকাৰ্য চলাই আহা পাঁচটাকৈ চোৰক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন চোৰকেইটাৰ তিনিটা ৰূপাইৰ আৰু দুটা মানখোৱাৰ ৷

Five thief arrest by Dumduma Police
ডুমডুমা আৰক্ষীৰ হাতত পৰিল পাঁচ গভাইত চোৰ
author img

By

Published : Feb 7, 2020, 11:22 AM IST

ডুমডুমা,7 ফেব্ৰুৱাৰীঃ ডুমডুমা আৰক্ষীৰ হাতত পৰিল পাঁচ গভাইত চোৰ ৷ দীৰ্ঘদিন ধৰি চোৰকেইটাই ডুমডুমা নগৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহত চূৰিকাৰ্য চলাই আহিছিল ৷ আৰক্ষীয়ে চোৰ কেইটাৰ পৰা কেইবাখনো চিলিং ফেন,টিভিৰ লগতে বহুতো সামগ্ৰী উদ্ধাৰ কৰে ৷ আটকাধীন চোৰকেইটাৰ তিনিটা ৰূপাইৰ আৰু দুটা মানখোৱাৰ ৰঘা কিষান আৰু মন্টু সোণোৱাল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে চোৰকেইটাক সোধ পোচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ডুমডুমা আৰক্ষীয়ে ৷

ডুমডুমা আৰক্ষীৰ হাতত পৰিল পাঁচ গভাইত চোৰ

লগতে পঢ়ক-অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

Intro:Date: 07-02-2020

Slug: ডুমডুমা আৰক্ষীয়ে আটক কৰিলে পাচটাকৈ চোৰ ।

V/O: ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমা নগৰৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি বিভিন্ন শিক্ষানুষ্ঠান, ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু আবাসীক এলেকাৰ পৰা মূল্যবান সা-সামগ্ৰী চুৰি কৰি অহা পাচজনীয়া চোৰৰ দল এটাক ডুমডুমা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । চোৰকেইটাৰ পৰা আৰক্ষীয়ে কেইবাখনো চিলিং ফেন, টি.ভি.ৰ লগতে বহুতো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আটক কৰা চোৰ কেইটাৰ তিনিটা ৰূপাইৰ আৰু আন দুটা মানখোৱা অঞ্চলৰ ৰঘা কিষান আৰু মন্টু সোণোৱাল । ইয়াৰে তিনিটা চোৰ কিশোৰ । ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে চোৰ কেইটাক সোধ পোছৰ অন্তত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 07-02-2020

Slug: ডুমডুমা আৰক্ষীয়ে আটক কৰিলে পাচটাকৈ চোৰ ।

V/O: ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমা নগৰৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিন ধৰি বিভিন্ন শিক্ষানুষ্ঠান, ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু আবাসীক এলেকাৰ পৰা মূল্যবান সা-সামগ্ৰী চুৰি কৰি অহা পাচজনীয়া চোৰৰ দল এটাক ডুমডুমা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । চোৰকেইটাৰ পৰা আৰক্ষীয়ে কেইবাখনো চিলিং ফেন, টি.ভি.ৰ লগতে বহুতো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আটক কৰা চোৰ কেইটাৰ তিনিটা ৰূপাইৰ আৰু আন দুটা মানখোৱা অঞ্চলৰ ৰঘা কিষান আৰু মন্টু সোণোৱাল । ইয়াৰে তিনিটা চোৰ কিশোৰ । ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে চোৰ কেইটাক সোধ পোছৰ অন্তত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.