ETV Bharat / state

শদিয়াত আছুৱে দাহ কৰিলে কৃষক বিৰোধী বিধেয়কৰ প্ৰতিলিপি - Farm bill burnt

শুকুৰবাৰে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে কৃষক তথা জন বিৰোধী তিনিখনকৈ বিধেয়ক সংসদত গৃহীত কৰাৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Farm bill burnt at Sadia by AASU
শদিয়াত আছুৱে দাহ কৰিলে কৃষক বিৰোধী বিধেয়কৰ প্ৰতিলিপি
author img

By

Published : Sep 25, 2020, 11:02 PM IST

শদিয়া, 25 ছেপ্তেম্বৰ: কেন্দ্ৰীয় চৰকাৰে কৃষক তথা জন বিৰোধী তিনিখনকৈ বিধেয়ক সংসদত গৃহিত কৰাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আন সমুহ জিলাৰ সমান্তৰালকৈ তিনিচুকীয়াৰ কাকপথাৰতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই নিজ কাৰ্যালয়ৰ সন্মুখতে তিনিওখন বিধেয়কৰ প্ৰতিলিপি দাহ কৰি বিভিন্ন শ্লগানেৰে উত্তাল কৰি তোলে পৰিবেশ ৷

আনহাতে কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক সকলোকে কৃষক তথা জন বিৰুধী বিধেয়ক গৃহিত কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে আছুৱে ৷ অন্যথা ইয়াতকৈ তীব্ৰ আন্দোলৱ গঢ়ি তোলাৰ হুংকাৰ দিয়ে আছুৱে ৷

লগতে পঢ়কঃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.