ETV Bharat / state

ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও ই-ৰিক্সা সন্থাৰ

author img

By

Published : Sep 2, 2019, 10:24 PM IST

ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও ই-ৰিক্সা সন্থাৰ ৷ NOC নাথাকিলে পঞ্জীয়ন নিদিয়াৰ অভিযোগ জিলা পৰিবহণ বিষয়াৰ বিৰুদ্ধে ৷

ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও ই-ৰিক্সা সন্থাৰ

ডুমডুমা, 2 চেপ্তেম্বৰ : সোমবাৰে ডুমডুমা পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰে ই-ৰিক্সা সন্থাই ৷ নগৰখনত চলি থকা ই-ৰিক্সাৰ NOC প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ NOC নাথাকিলে পঞ্জিয়ন নিদিয়াৰ অভিযোগ জিলা পৰিবহণ বিষয়াৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, সম্প্ৰতি ডুমডুমাত ৭৫ খন ই-ৰিক্সা চলাচল কৰি আছে ৷ শেহতীয়াকৈ ডুমডুমা আৰক্ষীয়ে নিতৌ জৰিমনা বিহিছে পঞ্জীয়ন নথকা ই-ৰিক্সা সমূহৰ পৰা ।

Intro:Date: 02-09-2019

Slug: ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ ।

V/O: ডুমডুমা পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে । ই-ৰিক্সা সন্থাৰ ডুমডুমা সমিতিয়ে ঘেৰাও কৰে পৌৰ সভাৰ কাৰ্যালয় । ডুমডুমা নগৰত চলাচল কৰা ই-ৰিক্সা চলা চলৰ NOC প্ৰদান কৰাৰ দাবী কৰিছে সন্থাই । NOC নহলে ৰেজিষ্ট্ৰেচন নিদিয়াৰ অভিযোগ কৰিছে তিনিচুকীয়াৰ জিলা পৰিবহণ বিষয়াই বিৰুদ্ধে । উল্লেখ্য যে, মুঠ ৭৫ খন ই-ৰিক্সা আছে ডুমডুমা নগৰত । শেহতীয়াকৈ ডুমডুমা আৰক্ষীয়ে নিতৌ জৰিমনা বিহিছে পঞ্জীয়ন নথকা ই-ৰিক্সা সমূহক ।

Byte: ই-ৰিক্সা সন্থা ।Body:Date: 02-09-2019

Byte: ই-ৰিক্সা সন্থা ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.