ETV Bharat / state

ডুমডুমাত বিজেপিৰ সাংগঠনিক সভা

তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপাই বিজয়নগৰত বুধবাৰে বিজেপিৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে ৰাজ্যিক বিজেপিৰ সম্পাদক পুলক গোহাঁই, মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণ উপস্থিত থাকে ৷

Dumduma BJP meeting
ডুমডুমাত বিজেপিৰ সাংগঠনিক সভা
author img

By

Published : Feb 19, 2020, 11:42 PM IST

ডুমডুমা,19 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপাই বিজয়নগৰত বুধবাৰে বিজেপিৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে ৰাজ্যিক বিজেপিৰ সম্পাদক পুলক গোহাঁই, মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণ উপস্থিত থাকে ৷

ডুমডুমাত বিজেপিৰ সাংগঠনিক সভা

ইয়াৰ উপৰিও সভাখনত সভাত বিজেপিৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত কেইবাটাও মণ্ডল, বুথ, মৰ্চা সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ কংগ্ৰেছৰ দখলত থকা ডুমডুমা বিধানসভা সমষ্টি ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দখল কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে । আনহাতে, অসম চুক্তিৰ জৰিয়তে অসমীয়া জাতিক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলিও উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক-বিটিচি নিৰ্বাচন : 15টা সমষ্টিতে প্ৰাৰ্থী দিব এআইইউডিএফে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.