ETV Bharat / state

ডুমডুমাৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা - তিনিচুকীয়া

গুৰুতৰভাৱে আহত তিনিজনকৈ লোক । এখন চেন্ট্ৰ গাড়ীয়ে প্ৰচণ্ড জোৰেৰে বিস্কুট কঢ়িওৱা এখন ঠেলাত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।

ডুমডুমাৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Jun 19, 2019, 11:50 PM IST

ডুমডুমা,১৯ জুনঃ ডুমডুমাৰ হাঁহচৰা বজাৰৰ ওচৰত বুধবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা । দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক । জানিব পৰা মতে, তিনিচুকীয়া দিশৰ পৰা আহি থকা AS 23 C 7177 নম্বৰৰ চেন্ট্ৰ গাড়ী এখনে বিস্কুট কঢ়িয়াই অনা এখন ঠেলাত প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে । আহতসকলক ডুমডুমা এফ.আৰ.ইউ. চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তিনিচুকীয়ালৈ । সম্প্ৰতি ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

Intro:Date: 19-06-2019

Sluge: ডুমডুমাৰ হাঁহচৰাত পথ দূৰ্ঘটনা ।

V/O: ডুমডুমাৰ হাঁহচৰা বজাৰৰ ওচৰত বুধবাৰে এক পথ দূৰ্ঘটনা সংঘটিত হ'য় । জানিব পৰা মতে, তিনিচুকীয়া দিশৰ পৰা আহি থকা AS 23 C 7177 নম্বৰৰ চেন্ট্ৰ গাড়ী এখনে বিস্কুট কঢ়িয়াই অনা এখন ঠেলাত পচণ্ড জোৰেৰে খুণ্ডা মৰাত তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হ'য় । আহতসকলক ডুমডুমা এফ.আৰ.ইউ. চিকিতসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিতসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

Byte: পতক্ষদৰ্শী ।Body:Date: 19-06-2019

Byte: পতক্ষদৰ্শী ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.