মাৰ্ঘেৰিটা, 3 জুনঃ ৰাজ্যজুৰি কৰ'ণা আতংকৰ মাজতে ডিগবৈত IED উদ্ধাৰ ৷ ডিগবৈৰ বগাপানী ৰামনগৰৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয় IED টো । গোপন সূত্ৰৰ পম খেতি সেনাই উদ্ধাৰ কৰে IED টো । ঘটনাস্থলীত সেনাৰ বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে IED টো ৷ ঘটনা সন্দৰ্ভত সেনাই অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সংবাদমাধ্যমৰ আগত কোনো তথ্য সদৰি কৰা নাই ৷
ডিগবৈত IED উদ্ধাৰ
ঘটনা সন্দৰ্ভত সেনাই অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সংবাদমাধ্যমৰ আগত কোনো তথ্য সদৰি কৰা নাই ৷