ETV Bharat / state

ডিগবৈত IED উদ্ধাৰ

ঘটনা সন্দৰ্ভত সেনাই অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সংবাদমাধ্যমৰ আগত কোনো তথ্য সদৰি কৰা নাই ৷

author img

By

Published : Jun 3, 2020, 11:13 AM IST

digboi ied rescue
ডিগবৈত IED উদ্ধাৰ

মাৰ্ঘেৰিটা, 3 জুনঃ ৰাজ্যজুৰি কৰ'ণা আতংকৰ মাজতে ডিগবৈত IED উদ্ধাৰ ৷ ডিগবৈৰ বগাপানী ৰামনগৰৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয় IED টো । গোপন সূত্ৰৰ পম খেতি সেনাই উদ্ধাৰ কৰে IED টো । ঘটনাস্থলীত সেনাৰ বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে IED টো ৷ ঘটনা সন্দৰ্ভত সেনাই অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সংবাদমাধ্যমৰ আগত কোনো তথ্য সদৰি কৰা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.